লালকিল্লা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
+image
14 নং শাৰী:
|Danger =
}}
 
[[চিত্ৰ:Historic Lal Quila, Delhi.jpg|thumb|right| দিল্লী গেটত উৰি থকা ভাৰতৰ জাতীয় পতাকা]]
'''লাল কিল্লা''' ([[হিন্দী ভাষা|হিন্দী ]]: '''लाल क़िला'''; [[উৰ্দু ভাষা|উৰ্দু]]: ''' لال قلعہ '''; [[ইংৰাজী ভাষা|ইংৰাজী]]: '''Red Fort''') খ্ৰীষ্টিয় সপ্তদশ শতাব্দীত প্ৰাচী্ৰ-বেষ্টিত [[পুৰণি দিল্লী]] (বৰ্তমান [[দিল্লী]], [[ভাৰত]]) চহৰত [[মুগল সাম্ৰাজ্য|মুগল সম্ৰাট]] [[ছাহজাহান]]ৰ (১৬২৮-৫৮) দ্বাৰা নিৰ্মিত এটা দুৰ্গ। ১৮৫৭ চনলৈকে এই দুৰ্গটো মুগল সাম্ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ পাছত [[ব্ৰিটিছ ভাৰত|ব্ৰিটিছ ভাৰতীয় চৰকাৰে]] মুগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহক পৰাভূত কৰি ভাৰতৰ ৰাজধানী [[কলকাতা|কলকাতালৈ]] স্থানান্তৰিত কৰে। ১৯৪৭ চনলৈকে ব্ৰিটিছসকলে এই দুৰ্গটোক এটা সামৰিক চাউনী হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এইটো এটা জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ আৰু [[ভাৰত|ভাৰতীয় প্ৰজাতন্ত্ৰৰ]] সাৰ্বভৌমত্বৰ এটা শক্তিশালী প্ৰতীক: প্ৰতি বছৰে [[ভাৰতৰ স্বাধীনতা দিৱস|ভাৰতীয় স্বাধীনতা দিৱস]] উপলক্ষে [[ভাৰতৰ প্ৰধানমন্ত্ৰী]]য়ে লাল কিল্লাৰ লাহোৰি গেট সংলগ্ন এটা স্থানত [[ভাৰতৰ জাতীয় পতাকা|জাতীয় পতাকা]] উত্তোলন কৰে। ২০০৭ চনত এই কিলাটো [[ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান]] হিচাপে নিৰ্বাচিত হয়।<ref name="unesco_whl_entry">{{cite web |url=http://whc.unesco.org/en/list/231 |title=Red Fort Complex |author= |date= |work=World Heritage List |publisher=[[UNESCO]] World Heritage Centre |accessdate=November 15, 2009 }}</ref>
 
23 নং শাৰী:
 
 
== আলোকচিত্ৰ==
 
<center>
 
<gallery>
 
[[চিত্ৰ:Historic Lal Quila, Delhi.jpg|thumb|right| দিল্লী গেটত উৰি থকা ভাৰতৰ জাতীয় পতাকা]]
Image:Red_Fort_01.jpg|প্রধান দ্বাৰ লাহোৰ গেট
Image:Red_Fort_02.jpg|লাহোৰ গেটৰ এক দৃশ্য
Image:Red_Fort_03.jpg|দিওয়ান-ই-আমেৰৰ ভিতৰৰ ভাগ
Image:Red_Fort_04.jpg|ৰংমহল
Image:Red_Fort_05.jpg|দিওয়ান-ই-খাছ আৰু খাছমহল (ডানে)
Image:Red_Fort_06.jpg|দিওয়ান-ই-খাছৰ ভিতৰভাগ
Image:Red_Fort_07.jpg|দিওয়ান-ই-খাছৰ ভাষ্কৰ্যৰ নমুনা
Image:Red_Fort_08.jpg|মোতি মছজিদ
</gallery>
</center>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/লালকিল্লা"ৰ পৰা অনা হৈছে