"অৰুণা আছফ আলি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

224 বাইট যোগ দিয়া হ’ল ,  8 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
'''অৰুণা আছফ আলী'''(''{{lang-en|Aruna Asaf Ali}}'') (১৯০৮-১৯৯৬)বিশিষ্ট মুক্তি যুঁজাৰু, সমাজ কৰ্মী তথা আগৰণুৱা মহিলা নেত্ৰী অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁলৈ ১৯৯১ চনত জৱহৰলাল নেহেৰু বঁটা প্ৰদান কৰা হয়। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱা বাবে ১৯৭৫ চনত তেওঁক লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হয়।। সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ১৯৫৫ চনত তেওঁক ছোভিয়েট দেশে নেহৰু পুৰস্কাৰেৰে সন্মানিত কৰিছিল। তেওঁ দিল্লী মহানগৰৰ প্ৰথম মহিলা মেয়ৰ আছিল। তেওঁ জাতীয় মহিলা ফেডাৰেচনৰ সভানেত্ৰীও আছিল। তেওঁ জাতীয় মহিলা কনফাৰেন্সৰ লগতো জড়িত আছিল। তেওঁ দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আছিল। তেওঁ ভাৰতৰ মুক্তি সংগ্ৰামী আছিল।<ref name="অৰুণা আছফ আলী">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১২৩,১২৪}}</ref>
 
==জন্ম আৰু পৰিয়াল==
 
 
==শিক্ষা জীৱন==
 
 
==কৰ্মজীৱন==
 
==সংগ্ৰামী জীৱন==
 
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
 
 
506

টা সম্পাদনা