"অৰুণা আছফ আলি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

985 বাইট যোগ দিয়া হ’ল ,  8 বছৰৰ পূৰ্বে
en wiki link etc
(en wiki link etc)
|doctoral_advisor =
|doctoral_students =
|occupation = [[India]]nভাৰতৰ independenceমুক্তি activistসংগ্ৰামী, শিক্ষক
|prizes =
|religion =
|footnotes =
}}
'''অৰুণা আছফ আলী''' (''{{lang-en|Aruna Asaf Ali}}'') (১৯০৮-১৯৯৬)বিশিষ্ট [[ভাৰতীয় স্বাধীনতা আন্দোলন]]ৰ মুক্তি যুঁজাৰু, আৰু সমাজ কৰ্মী তথা আগৰণুৱা মহিলা নেত্ৰীআছিল। অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁলৈ ১৯৯১ চনত জৱহৰলালজৱাহৰলাল নেহেৰু বঁটা প্ৰদান কৰা হয়। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱা বাবে ১৯৭৫ চনত তেওঁক লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হয়।।হয়। সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ১৯৫৫ চনত তেওঁক ছোভিয়েট দেশে নেহৰু পুৰস্কাৰেৰে সন্মানিত কৰিছিল। তেওঁ দিল্লী মহানগৰৰ প্ৰথম মহিলা মেয়ৰ আছিল। তেওঁ জাতীয় মহিলা ফেডাৰেচনৰ সভানেত্ৰীও আছিল। তেওঁ জাতীয় মহিলা কনফাৰেন্সৰ লগতো জড়িত আছিল। তেওঁ দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আছিল। তেওঁ ভাৰতৰ মুক্তি সংগ্ৰামী আছিল।<ref name="অৰুণা আছফ আলী">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১২৩,১২৪}}</ref>
 
'''অৰুণা আছফ আলী'''(''{{lang-en|Aruna Asaf Ali}}'') (১৯০৮-১৯৯৬)বিশিষ্ট মুক্তি যুঁজাৰু, সমাজ কৰ্মী তথা আগৰণুৱা মহিলা নেত্ৰী অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁলৈ ১৯৯১ চনত জৱহৰলাল নেহেৰু বঁটা প্ৰদান কৰা হয়। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱা বাবে ১৯৭৫ চনত তেওঁক লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হয়।। সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ১৯৫৫ চনত তেওঁক ছোভিয়েট দেশে নেহৰু পুৰস্কাৰেৰে সন্মানিত কৰিছিল। তেওঁ দিল্লী মহানগৰৰ প্ৰথম মহিলা মেয়ৰ আছিল। তেওঁ জাতীয় মহিলা ফেডাৰেচনৰ সভানেত্ৰীও আছিল। তেওঁ জাতীয় মহিলা কনফাৰেন্সৰ লগতো জড়িত আছিল। তেওঁ দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আছিল। তেওঁ ভাৰতৰ মুক্তি সংগ্ৰামী আছিল।<ref name="অৰুণা আছফ আলী">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১২৩,১২৪}}</ref>
 
==জন্ম আৰু পৰিয়াল==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]
*[http://www.guardian.co.uk/india/story/0,12559,824059,00.html An Obituary of Mrs. Aruna Asaf Ali by Inder Malhotra in The Guardian]
[[শ্ৰেণী:ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি]]
*[http://evesindia.indiainfo.com/bold-beauty/skindeep/asaf_ali.html A write-up on Aruna Asaf Ali]
*[http://www.dimdima.com/knowledge/build.asp?tit=48&q_title=Aruna+Asaf+Ali Another write-up on Aruna Asaf Ali]
 
{{Indian independence movement}}
{{Bharat Ratna}}
 
{{Authority control|VIAF=111798973}}
{{Persondata
| NAME = Aruna Asaf Ali
| ALTERNATIVE NAMES =
| SHORT DESCRIPTION = [[Indian independence activists|Indian independence activist]]
| DATE OF BIRTH = July 16, 1909
| PLACE OF BIRTH = [[Kalka]], [[Punjab (British India)|Punjab]], [[British India]]
| DATE OF DEATH = July 29, 1996
| PLACE OF DEATH =
}}
{{DEFAULTSORT:Aruna Asaf Ali}}
 
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]
[[শ্ৰেণী:ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
[[en:Aruna Asaf Ali]]
[[de:Aruna Asaf Ali]]
[[hi:अरुणा असाफ़ अली]]
29,709

টা সম্পাদনা