ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

para title
র -> ৰ
8 নং শাৰী:
আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সোৱাদ ল'ব পাৰে ।
 
;নির্দিষ্টনিৰ্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান
আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰবন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা '''অনুসন্ধান''' ঘৰটোত সেয়া লিখি "Enter" টিপক । মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় । তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব । নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।
 
;অনির্দিষ্টঅনিৰ্দিষ্ট যিকোনো প্ৰবন্ধ
অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰবন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা '''যিকোনো প্ৰবন্ধ''' সংযোগটোত ক্লিক কৰক ।