ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
4 নং শাৰী:
 
== ৱিকিপিডিয়া কি? ==
ৱিকিপিডিয়া এখন ইন্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্রায়প্ৰায় ৩৯ লক্ষ্যাধিক প্রবন্ধৰেপ্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২০ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ ২৮৫ টা ভাষাত (নৱেম্বৰ,২০১২ৰ তথ্য অনুসৰি)ৱিকিপিডিয়া প্রকাশিতপ্ৰকাশিত হৈছে। ৱিকিপিডিয়াৰ প্রায়প্ৰায় প্রতিটোপ্ৰতিটো প্রবন্ধইপ্ৰবন্ধই একাধিক লেখকৰ "[[সহযোগিতামূলক সংকলন]]"।
 
 
ৱিকিপিডিয়াৰ সহ-প্ৰতিস্থাপক জিমী ৱেলচৰ মতে ৱিকিপিডিয়া হৈছে "পৃথিৱীৰ প্রত্যেকপ্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্রয়াস।প্ৰয়াস।" ৱিকিপিডিয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞানৰ বিতৰণ।
 
== ৱিকি মানে কি? ==
সাধাৰণতে যিকোনো ৱেবচাইটত লিখিবলৈ আমাক কাৰিকৰী জ্ঞান আৰু ইয়াৰ মালিকৰ অনুমতিৰ প্রয়োজনপ্ৰয়োজন হয়। ৱিকি চফ্টৱেৰৰ সহায়ত আমি এনে বাধ্যবাধকতা আৰু কাৰিকৰী জ্ঞান নোহোৱাকৈ মুক্তভাৱে লিখিব, সলনি কৰিব বা মচিব পাৰোঁ। সেয়ে, বহুতো মানুহে ইজনে সিজনৰ লগত তাল-মিল ৰাখি সহজে ৱিকিত "[[সহযোগিতামূলক সম্পাদনা]]" কৰি ৱেবচাইটৰ সমল (content) লিখি উলিয়াব পাৰে।
 
১৯৯৪ চনত ৱাৰ্ড কানিংহামে প্রথমপ্ৰথম ৱিকি চফ্টৱেৰ উদ্ভাৱন কৰে। WikiWikiweb নামৰ এই চফ্টৱেৰ ১৯৯৫ চনৰ ২৫ মাৰ্চ তাৰিখৰ পৰা www.c2.com নামৰ এটা ৱেবছাইটত প্রথমতেপ্ৰথমতে ব্যৱহাৰ কৰা হয়। ৱিকি নামটোও তেখেতেই দিয়া। হনুলুলুৰ এক বিমান বন্দৰত লগপোৱা এজন কৰ্মচাৰীৰ মুখত তেখেতে প্রথমপ্ৰথম "ৱিকি ৱিকি" শব্দটো শুনিছিল। হাৱাইৰ ভাষাত '''''ৱিকি ৱিকি''''' মানে হৈছে '''''খৰকৈ''''' বা '''''বেগ'''''।
 
== ৱিকি আৰু ৱিকিপিডিয়া একে নেকি? ==
নহয়। ৱিকি হৈছে "সহযোগিতামূলক সম্পাদনা" কৰি লিখিব পৰাৰ ব্যৱস্থা থকা ৱেবচাইট চফ্টৱেৰ। "ৱিকিপিডিয়া"ই নিজৰ ৱেবচাইটৰ কাৰণে "মিডিয়াৱিকি" নামৰ ৱিকি চফ্টৱেৰ ব্যৱহাৰ কৰে। এনে বিভিন্ন ৱিকি চফ্টৱেৰ ব্যৱহাৰ কৰা অগণন ৱিকি ৱেবচাইটৰ ভিতৰত ৱিকিপিডিয়াই সকলোতকৈ জনপ্রিয়জনপ্ৰিয় আৰু তথ্যসমৃদ্ধ ৱেবছাইট।
 
== ৱিকিপিডিয়াৰ ইতিহাস ==
সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্রথমেপ্ৰথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে "ন্যুপিডিয়া"। [[জিমী ৱেল্‌চ]] আৰু [[লেৰী ছেংগাৰ]]-এ ইয়াক আৰম্ভ কৰিছিল। প্রবন্ধসমূহৰপ্ৰবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে-লাহেহে আগবাঢ়িছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্রকল্পপ্ৰকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্রহতথ্যসংগ্ৰহ আৰু জনপ্ৰিয়তাত ন্যুপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ হিছাপেও ব্যৱহাৰ কৰা হয়।
 
বৰ্তমান '''[[ৱিকিমিডিয়া ফাউণ্ডেশ্যন]]''' সংস্থানে ৱিকিপিডিয়া পৰিচালনা কৰে। (http://wikimediafoundation.com)
 
== ভাৰত চৰকাৰ বা অসম চৰকাৰে এই প্রকল্পকপ্ৰকল্পক মান্যতা দিছে নেকি? ==
ৱিকিপিডিয়া অব্যৱসায়ীক প্রতিস্থানপ্ৰতিস্থান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। ফাউণ্ডেশ্যন কোনো চৰকাৰ বা চৰকাৰী পৃষ্ঠপোষকতাপ্রাপ্তপৃষ্ঠপোষকতাপ্ৰাপ্ত নহয়। ইয়াক চলাবলৈ প্রয়োজনীয়প্ৰয়োজনীয় অৰ্থ দান-বৰঙণিৰ পৰা পোৱা যায়। অৱশ্যে ৱিকিপিডিয়াৰ উপযোগিতালৈ লক্ষ্য ৰাখি কিছুমান চৰকাৰী আৰু ৰাজহুৱাখণ্ডৰ প্রতিস্থানেপ্ৰতিস্থানে ইয়ালৈ দান-বৰঙণি আগবঢ়াইছে।
 
== মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি? ==