গুপ্তেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
ত্ZWJ -> ৎ
34 নং শাৰী:
 
==ইতিহাস আৰু প্ৰবাদ==
গুপ্তেশ্বৰ দেৱালয়ৰ নামাকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি [[দ্বাপৰ যুগ]]ত শোণিতপুৰৰ ৰজা [[বাণাসুৰ]] কাশীধামলৈ গৈ [[শিৱ]]ৰ আৰাধনা কৰিছিল। তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লুহিতৰ পাৰত [[বিশ্বনাথ ঘাট]]ত নিৰ্মান কাৰ্য আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহত্‍অবৃহৎঅ কাশীধাম নিৰ্মানৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ’ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে বাণৰজাই অনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰীৰ পাহাৰৰ গুহাত লুকুৱাই থ’লে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হ’ল<ref name="প্ৰতিদিন"/>।