ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰবট যোগ দিছে :vep:Istorii
ত্ZWJ -> ৎ
8 নং শাৰী:
|source = —[[George Santayana]]
}}
'''বুৰঞ্জী''' ([[গ্ৰীক ভাষা|গ্ৰীক]] {{lang|el|''ἱστορία''}} - ''historia'', অৰ্থ "অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান"<ref name=JosephJanda/>) হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰুউপস্থাপন। বুৰঞ্জীয়ে লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। বুৰঞ্জীৰ বিষয়ে লিখা পণ্ডিতসকলক [[বুৰঞ্জীবিদ]] বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ য'ত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়।<ref name="evans1">{{cite web |url= http://www.history.ac.uk/ihr/Focus/Whatishistory/evans10.html|title= The Two Faces of E.H. Carr |accessdate=10 November 2008 |author= Professor Richard J. Evans |year= 2001 |work= History in Focus, Issue 2: What is History? |publisher= University of London}}</ref><ref>{{cite web |url= http://www.history.ac.uk/ihr/Focus/Whatishistory/munslow6.html |title= What History Is |accessdate=10 November 2008 |author= Professor Alun Munslow |year= 2001 |work= History in Focus, Issue 2: What is History? |publisher= University of London}}</ref> বুৰঞ্জীবিদসকলৰ মাজত বুৰঞ্জীৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক বুৰঞ্জীমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে।<ref name="evans1"/><ref name=Tosh1>{{cite book |title=The Pursuit of History|last=Tosh|first=John | publication-date=2006|publisher=Pearson Education Limited |isbn=1-4058-2351-8 | edition=4th}}p 52</ref><ref>{{cite book |title= Knowing Teaching and Learning History, National and International Perspectives |editor= Peter N. Stearns, Peters Seixas, Sam Wineburg (eds.) |chapter= Introduction |year= 2000 |publisher= New York University Press |location= New York & London |isbn= 0-8147-8141-1|page=6}}</ref><ref>{{cite book |title= Knowing Teaching and Learning History, National and International Perspectives |last= Nash l|first= Gary B. |editor= Peter N. Stearns, Peters Seixas, Sam Wineburg (eds.) |chapter= The "Convergence" Paradigm in Studying Early American History in Schools |year= 2000 |publisher= New York University Press |location= New York & London |isbn= 0-8147-8141-1|pages=102–115}}</ref> একো বাহ্যিক উত্‍সৰেউৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে বুৰঞ্জীৰ নাম দিয়াৰ সলনি [[সাংস্কৃতিক ঐতিহ্য]] বুলি শ্ৰেণীবদ্ধ কৰা হয়।<ref>{{cite book |title= Knowing Teaching and Learning History, National and International Perspectives |last= Seixas |first= Peter |editor= Peter N. Stearns, Peters Seixas, Sam Wineburg (eds.) |chapter= Schweigen! die Kinder! |year= 2000 |publisher= New York University Press |location= New York & London |isbn= 0-8147-8141-1|page=24}}</ref><ref name="Low1">{{cite book |title= Knowing Teaching and Learning History, National and International Perspectives |last= Lowenthal |first= David |editor= Peter N. Stearns, Peters Seixas, Sam Wineburg (eds.) |chapter= Dilemmas and Delights of Learning History |year= 2000 |publisher= New York University Press |location= New York & London |isbn= 0-8147-8141-1|page=63}}</ref> লিখিত নমুনা থকাৰ আগৰ ঘটনাক [[প্ৰাক-ইতিহাস]] বুলি কোৱা হয়।
 
পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক বুৰঞ্জীবিদ [[হিৰ'ড'টাছ]]ক "বুৰঞ্জীৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক [[থুচিডাইডিছ]]ৰ সৈতে বুৰঞ্জীৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ বুৰঞ্জীমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ বুৰঞ্জীৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। বুৰঞ্জীৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত বুৰঞ্জী পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।
 
== শব্দৰ উত্‍পত্তিউৎপত্তি ==
[[চিত্ৰ:History-Dielman-Highsmith.jpeg|thumb|''History'' by [[Frederick Dielman]] (1896)]]
The word ''history'' comes from the [[Proto-Indo-European root|root]] ''*weid-'' "know" or "see".<ref name=JosephJanda>{{Cite book| last =Joseph | first =Brian (Ed.)| last2 =Janda | first2 =Richard (Ed.)| publication-date =30 December 2004| title =The Handbook of Historical Linguistics| publisher =Blackwell Publishing| page =163| isbn =978-1405127479| year =2008| postscript =<!--None-->}}</ref>
"https://as.wikipedia.org/wiki/ইতিহাস"ৰ পৰা অনা হৈছে