ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

+image
| -> ।
41 নং শাৰী:
 
==শিক্ষা আৰু কৰ্ম জীৱন==
নেওগ এজন মেধাৱী ছাত্ৰ আছিল। সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয়|হয়। শিক্ষাৰ্থী জীৱনৰ আৰম্ভনিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে{{cn}}| ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয়|হয়। ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৫ চনৰ ১৯ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে<ref name="bipuljyoti"/>। তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে। ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে। তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই তেখেতে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে। অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে।
 
==বিবাহ, পৰিয়াল==