দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :sco:Daylicht savin time
| -> ।
13 নং শাৰী:
[[চিত্ৰ:End CEST Transparent.png|thumb|upright=0.67|alt=Diagram of a clock showing a transition from 3:00 to 2:00.|মধ্য ইউৰোপ য’ত ডিএসটি শেষ হয়, ঘড়ীৰ সময়ক ৰাতি ৩টাত সিইএসটি পৰা ৰাতি ২টাত সিইটি পিছুৱাই নিয়া হয়। অন্যান্য অঞ্চলত বিভিন্ন সময়ত সলনি কৰা হয়।]]
 
দিবালোক সংৰক্ষণ সময় [[প্ৰথম বিশ্বযুদ্ধ]]ৰ পৰাই [[মাৰ্কিন যুক্তৰাষ্ট্ৰ]] আৰু অন্যান্য ইউৰোপীয় দেশবোৰত ব্যৱহাৰ কৰা হৈছিল, এই পদ্ধতিৰ আৰম্ভ হয় শক্তি উৎপাদনৰ দহন খৰছ কমোৱাৰ বাবে। কোনো কোনো অঞ্চলত পাছত প্ৰকৃত সময়লৈ উভতাই আনিলেও অনেক দেশে এই পদ্ধতিৰ ব্যৱহাৰ কৰি থাকে। [[দ্বিতীয় বিশ্বযুদ্ধ|দ্বিতীয় বিশ্বযুদ্ধৰ]] সময়ত যুক্তৰাষ্ট্ৰ কংগ্ৰেছে এখন আইন প্ৰণয়ন কৰে, যাতে গোটেই দেশকে "ৰণ সময়"-অৰ অধীন কৰি তোলা হয়, যাতে গোটেই যুদ্ধকালীন সময়ত দেশৰ সময়ক একঘণ্টা আগুৱাই নিয়া হয়। এই ধাৰাবাহিকতাৰ পদ্ধতিটি যুক্তৰাজ্যও অনুসৰণ কৰে, য’ত গ্ৰীষ্মকালীন সময়ত স্বাভাবিক সময়ৰ পৰা সময়ক আৰু এক ঘন্টা (অৰ্থাৎ ২ ঘণ্টা) আগুৱাই নিয়া হয়। পৰবৰ্তিকালত শান্তিকালীন সময় ৰণ সময় এক বিতৰ্কৰ বিষয় হিছাপে পৰিগণিত হয়<ref name="Encarta"/>|
 
=== যুক্তৰাষ্ট্ৰ ===
যুক্তৰাষ্ট্ৰত [[প্ৰথম বিশ্বযুদ্ধ]]ৰ পৰাই দিবালোক সংৰক্ষণ সময় (ডিএসটি) দেশখনৰ বিভিন্ন অঙ্গৰাজ্যসমূহত প্ৰয়োগ কৰি আহিছে|আহিছে। বিতৰ্কিত আৰু সমস্যাপূৰ্ণ এই পদ্ধতিটোৰ বিতৰ্ক অৱসানৰ বাবে বিভিন্ন অঙ্গৰাজ্যত আৰু ইয়াৰ অধীন ৰাজ্যসমূহত মধ্যকাৰ সমস্যা দূৰ কৰি ১৯৬৬ খৃষ্টাব্দত যুক্তৰাষ্ট্ৰত কংগ্ৰেছ 'ইউনিফৰ্ম টাইম এক্ট' প্ৰযোজ্য কৰে। এই বিধান অনুসৰি সকলো অঙ্গৰাজ্যৰ বাবে কেৱলমাত্ৰ এক নিৰ্দিষ্ট সময়ত ডিএসটি অনুসৰণ কৰা হ’ব আৰু একমাত্ৰ সেই অঞ্চলটোৰ বাহিৰে ৰাজ্যখন ইয়াৰ পৰা মুক্ত থাকিব, য’ত ৰাজ্যখনৰ আইনগত বা ৰাজনৈতিক পৰিচালকে আইনখনৰ ব্যৱহাৰৰ অসম্মতি জনাব পাৰিব। যাৱতীয় সিদ্ধান্ত অনুসৰি ১৯৮৬ খৃষ্টাব্দত যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় [[এপ্ৰিল]] মাহৰ প্ৰথম [[ৰবিবাৰ]]ৰ ৰাতি ২টা বজাত আৰম্ভ হয় আৰু [[অক্টোবৰ]] মাহৰ শেষ ৰবিবাৰে ৰাতি ২টা বজাত শেষ হয় <ref name="Encarta"/> |
 
=== বাংলাদেশ ===