বছৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.3) (ৰবট যোগ দিছে :ilo:Tawen
| -> ।
1 নং শাৰী:
{{পোখালি (সময়)}}
 
'''বছৰ''' বুলি ক’লে সাধাৰণতে [[সূৰ্য|সূৰ্যৰ]] কক্ষপথত [[পৃথিৱী|পৃথিৱীয়ে]] প্ৰদক্ষিন কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়|হয়। বিভিন্ন সূত্ৰত মতে এই [[সময়]] ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ|সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ [[দিন|দিনৰ]] পৃথিৱীৰ এই পৰিভ্ৰমন কালকেই এটা বছৰ বোলা হয়|হয়।
 
সময়ৰ মাপ বুজাবলৈ এতিয়ালৈকে আন্তৰাষ্ট্ৰীয় ভাৱে কোনো নিৰ্দিষ্ট চিহ্ন বা প্ৰতীক নাই যদিও [[ইংৰাজী]] ভাষাত "y" বা "Yr" চিহ্ন ব্যৱহাৰ কৰা দেখা যায়|যায়।
 
<!--
"https://as.wikipedia.org/wiki/বছৰ"ৰ পৰা অনা হৈছে