বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.3) (Robot: Removing hi:बारपेटा जिला
| -> ।
116 নং শাৰী:
সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোনত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল [[ব্ৰহ্মপুত্ৰ নদী]] বয় গৈছে।
==জলবায়ু==
বছৰতোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়। গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়|হয়। গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে মাহলৈ, পিচত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্তোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ।
==নৈ-উপনৈ==
[[ব্ৰহ্মপুত্ৰ নদী]] পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উৎপাদনত চহকী কৰি তুলিছে।