মেৰিলিন মন্‌ৰ': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2+) (ৰবট যোগ দিছে :ba:Мэрилин Монро
| -> ।
17 নং শাৰী:
}}
 
'''মেৰীলিন মনৰো''' (পূৰ্বৰ নাম নৰ্মা জিন মৰ্টেনছন, বাপ্টাইজ কৰাৰ পিছত নৰ্মা জিন বেকাৰ, ১ জুন ১৯২৬-৫ আগষ্ট ১৯৬২<ref>[http://www.biography.com/articles/Marilyn-Monroe-9412123?part=1 Marilyn Monroe Biography]</ref>)) আছিল এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল <ref>Obituary ''[[Variety Obituaries|Variety]]'', August 8, 1962, page 63.</ref> | শৈশৱকালৰ বেছিভাগ সময় অনাথ আশ্ৰমত পাৰ কৰাৰ পিছত তেওঁ মডেল হিছাপে জীৱিকাৰ পাতনি মেলে আৰু ১৯৪৬ চনত চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে | প্ৰথম চলচ্চিত্ৰকেইখনত তেওঁৰ ভূমিকা বিশেষ নাছিল কিন্তু [[দা এচফাল্ট জাংগল]](The Asphalt Jungle) আৰু [[অল এবাউত ইভ]](All About Eve)এ ভাল ব্যৱসায় কৰিছিল | ১৯৫৩ চনৰে পৰা মনৰোৱে মুখ্য ভূমিকাৰ অভিনয়ৰ সুযোগ পায় | তেওঁৰ "''ভাঁকৰী সোণালী চুলিৰ তিৰোতা''"(dumb blonde)ৰ ব্যক্তিত্ব [[জেণ্টলমেন প্ৰিফাৰ ব্ল’ণ্ডছ]](Gentlemen Prefer Blondes,১৯৫৩), [[হাউ টু মেৰী এ মিলিয়নাৰ]](How to Marry a Millionaire,১৯৫৩) আৰু [[দা চেভেন য়েৰ ইট্‌ছ]](The Seven Year Itch,১৯৫৫) বোলছবিত সফল হাস্যৰসাত্মক প্ৰয়োগ কৰা হয় | একেধৰণৰ চৰিত্ৰত অভিনয় কৰিব নিবিচাৰি মনৰোৱে অভিনয়ৰ পৰিসীমা বঢ়াবলৈ [[এক্টৰ্‌ছ ষ্টুডিঅ’]]ত প্ৰশিক্ষণ লয় | [[বাছ ষ্টপ]](Bus Stop,১৯৫৬) বোলছবিত তেওঁৰ নাটকীয় পৰিবেশন সমালোচকে আদৰি লয় আৰু তেওঁ এটা [[গ’ল্ডেন গ্ল’ব বঁটা]]ৰ মনোনয়ন লাভ কৰে | তেওঁৰ প্ৰযোজনা সংস্থা ‘''মেৰীলিন মনৰো প্ৰডাকছন''’এ ১৯৫৭ চনত [[দা প্ৰিণ্স এণ্ড দা চ’গাৰ্ল]](The Prince and the Showgirl) মুক্তি দিয়ে যাৰ বাবে তেওঁ এটা [[বাফ্‌টা বঁটা]]ৰ মনোনয়ন লাভ কৰে আৰু [[ডেভিদ ডি ড’নেটেল’]] বঁটা লাভ কৰে | ১৯৫৯ চনৰ কথাছবি [[ছাম লাইক ইট হট]](Some Like It Hot)ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[গ’ল্ডেন গ্ল’ব বঁটা]] লাভ কৰে |
 
মনৰোৰ জীৱনৰ শেষ কালছোৱা ৰোগ, ব্যক্তিগত সমস্যা আৰু কামত অবিশ্বাসযোগ্য ভাৱমূৰ্ত্তিৰে জৰ্জৰিত আছিল | বাৰ্বিচুৰেটৰ(barbiturates) অত্যধিক সেৱ্নৰ পৰা হোৱা তেওঁৰ মৃত্যু এতিয়াও ৰহস্যৰ বিষয় হৈ আছে | চৰকাৰীভাৱে "সম্ভৱপৰ আত্মহত্যা" বুলি কোৱা হৈছে যদিও দুৰ্ঘ্টনাবশতঃ হোৱা অত্যধিক সেৱন বা হত্যাও নুই কৰিব নোৱাৰি | ১৯৯৯ চনত [[আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠান]]এ(( American Film Institute) সৰ্বকালৰ এশগৰাকী তাৰকা অভিনেত্ৰীৰ ভিতৰত মনৰোক ষষ্ঠ স্থান দিয়ে | মেৰীলিন মনৰোক প্ৰায়েই আমেৰিকাৰ [[পপ্‌ আদৰ্শ]], [[সাংস্কৃতিক আদৰ্শ]] বা [[যৌনতাৰ প্ৰতীক]] বুলি অভিহিত কৰা হয় <ref>{{cite book |author=Hall, Susan G.|year=2006 |title=American Icons: An Encyclopedia of the People, Places, and Things that Have Shaped Our Culture|publisher=Greenwood Publishing Group |page= 468 |isbn= 9780275984298}}</ref><ref>{{cite book |author=Rollyson, Carl|year=2005 |title=Female Icons: Marilyn Monroe to Susan Sontag |publisher=iUniverse |page= 2 |isbn= 9780595357260}}</ref><ref>{{cite book |author=Churchwell, Sarah |year=2005 |title=The Many Lives of Marilyn Monroe |publisher=Metropolitan Books |isbn= 9780805078183}}</ref> |
 
==তথ্যসূত্ৰ==