সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

| -> ।
28 নং শাৰী:
}}
 
'''ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ''' ({{lang-te|సర్వేపల్లి రాధాకృష్ణ}}; {{lang-ta|சர்வபள்ளி ராதாகிருஷ்ணன்}}; {{lang-en|Sarvepalli Radhakrishnan}}) ({{audio|Svpr.ogg|উচ্ছাৰণ}}) আছিল বিশ্ববন্দিত ভাৰতীয় দাৰ্শনিক, মহান শিক্ষক আৰু ৰাজনীতিবিদ|ৰাজনীতিবিদ। তেওঁ কুৰি শতিকাৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল|কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনাদৰ্শ আৰু বিৰাট কৰ্মৰাজিয়ে বিশ্ব দৰবাৰত ভাৰতকো একেই গৌৰৱ আৰু সন্মানৰ অধিকাৰী কৰি তুলিছে: যি দুৰ্লভ সন্মানৰ অধিকাৰী হৈছে তেওঁ নিজে|নিজে। তেখেত [[স্বাধীন ভাৰত]]ৰ প্ৰথম [[উপ-ৰাষ্ট্ৰপতি]] আছিল<ref name="TeluguOne">[http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm TeluguOne]</ref> (১৯৫২-১৯৬২) আৰু পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে [[ভাৰতৰ ৰাষ্ট্ৰপতি]] পদটো নিৰ্বাচিত হৈছিল|হৈছিল।
 
==জন্ম==
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে <ref name="Teluguone">{{cite web|url=http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm |title=TeluguOne |publisher=TeluguOne |date= |accessdate=2011-08-31}}</ref> | তেওঁ দেউতাকৰ নাম আছিল বীৰ চমাইয়া আৰু মাতৃৰ নাম সীতামা আছিল<ref name="Teluguone"/> | তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল|আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল|আছিল। জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল|আছিল। কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাক্ষ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন [[হিন্দু সভ্যতা]]ৰ নৱ-জাগৰণৰ সময়|সময়।
 
==শিক্ষা আৰু চৰিত্ৰ গঠন==
শৈশৱৰে পৰা শান্ত শিষ্ট আৰু নম্ৰ স্বভাৱৰ ৰাধাকৃষ্ণণে অপৰিসীম স্নেহ যত্নৰ মাজত ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃয়ে নিজ তত্বাৱধানত ৰাখি নৈতিক চৰিত্ৰ গঠনৰ শিক্ষা দিয়ে|দিয়ে। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়<ref>Sarvepalli Gopal: ''Radhakrishnan; a Biography'' (1989) p. 11</ref>| বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই [[খ্ৰীষ্টান|খ্ৰীষ্টিয়ান]] শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়|লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত [[দৰ্শন]] শাস্ত্ৰ অধ্যয়ন কৰে<ref>Sarvepalli Gopal: ''Radhakrishnan; a Biography ''(1989) p.15</ref>|
 
আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে [[খ্ৰীষ্টিয়ান মিছনেৰী]] সকলৰ মাজত|মাজত। মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠান সমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানে ৰাধাকৃষ্ণণক সকলো দিশৰ পৰা এগৰাকী আদৰ্শ ব্যক্তি ৰূপে গঢ়ি তুলিছিল|তুলিছিল। বিশেষকৈ ৰাধাকৃষ্ণণৰ চৰিত্ৰত যিবোৰ গুণ ফুটি উঠিছিল সেই গুণৰাজিয়ে সকলো শ্ৰেণীৰ লোককে মুগ্ধ কৰিছিল|কৰিছিল। সেই সময়ৰে পৰাই সকলোৱে তেওঁক সন্মানৰ চকুৰে চাইছিল<ref name="গ্ৰন্থ"> গ্ৰন্থ: [[আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি]]: সম্পাদনা - [[কনকসেন ডেকা]], পৃষ্ঠা নং - ৩১৮ৰ পৰা ৩২২, প্ৰকাশক: নিৰোদ কুমাৰ ভৰালী, দিছপুৰ প্ৰিণ্ট হাউছ, গুৱাহাটী-৬|৬।</ref>|
 
ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতাইও যথেষ্ট অৰিহণা যোগাইছিল|যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাতো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাক্ষ্মণ পৰিয়াল সমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল|আছিল।
বি-এ পাঠ্যক্ৰমত অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এই কেইটা বিষয়ৰ কোনটোক তেওঁ ’অনাৰ্ছ’ বিষয় হিছাপে ল’ব তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে|পৰে। এনে সময়তে সেই কলেজৰ পৰাই ’দৰ্শন’ত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে|দিয়ে। এই কিতাপ কেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ’অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়|লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়|লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে|কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ ’থেচিচ’(Thesis) ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শনৰ ওপৰত তেওঁৰ প্ৰথম গ্ৰন্থ হিছাপে ১৯০৮ চনত প্ৰকাশ পায়|পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ কুৰি বছৰ বয়স|বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ যি গভীৰতা পৰিলক্ষিত হয় তাৰ মাজতেই দেখিবলৈ পোৱা যায় পৰৱৰ্তী কালৰ মহান দাৰ্শনিকজনকো<ref name="গ্ৰন্থ"/>|
 
==কৰ্ম জীৱন==
48 নং শাৰী:
* অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১৯৩১;
* Professor of Eastern Religion and Ethics, Oxford University 1932-1952;
* বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য, ১৯৪২|১৯৪২।
ইয়াৰ বাহিৰেও তেওঁ
* মানচেষ্টাৰ কলেজত Upton Lecturer হিচাপে,
* চিকাগো বিশ্ববিদ্যালয়ত Harwell Lecturer of Comparative Religion আৰু
* লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত Hibbert Lecturer হিচাপে বক্তৃতা প্ৰদান কৰে|কৰে।
 
ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণণে পালন কৰা দায়িত্ব সমূহ এনে ধৰণৰ<ref name="গ্ৰন্থ"/>:-
61 নং শাৰী:
* Harvard University (May,1962).
 
ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এক অতি গুৰুত্বপূৰ্ণ পদত বৈদেশিক মন্ত্ৰী হিছাপে ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত ৰচনা কৰে এক নতুন অধ্যায়ৰ|অধ্যায়ৰ। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ [[ছোভিয়েত ৰাছিয়া]]ত থকা সময়ছোৱাত [[কাশ্মীৰ]] সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত [[ৰাষ্ট্ৰসংঘ]]ৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল <ref name="গ্ৰন্থ"/>|
১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ [[ভাৰতৰ উপ-ৰাষ্ট্ৰপতি]]ৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়|হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে<ref name="গ্ৰন্থ"/>|
 
==ৰচনাসমূহ==
88 নং শাৰী:
 
==উপসংহাৰ==
ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰক্ষ্ম’ৰ উপলব্ধিত|উপলব্ধিত। ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰক্ষ্মচাৰ্য পালন, ব্ৰক্ষ্মজ্ঞানৰ সাধন আৰু ব্ৰক্ষ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে|লাগে। সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰক্ষ্মচাৰী, এজন প্ৰকৃত ব্ৰক্ষ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰক্ষ্মবাদী আছিল|আছিল। সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহিঃপ্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ|নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ৰ বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম|ব্যতিক্ৰম। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে<ref name="গ্ৰন্থ"/>|
 
 
==গ্ৰন্থপঞ্জী==
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত ভিত্তি কৰি বৰ্তমানলৈকে বহুতো গ্ৰন্থ প্ৰকাশ পাইছে|পাইছে। ইয়াৰে মাজৰ কিছুমান হৈছে:
{{Refbegin}}
*{{cite book
239 নং শাৰী:
{{s-ttl|title=[[Vice-President of India|ভাৰতৰ উপৰাষ্ট্ৰপতি]]|years=১৯৫২–১৯৬২}}
{{s-aft|rows=2|after=[[Zakir Hussain (politician)|জাকিৰ হুছেইন]]}}
|-
{{s-bef|before=[[ৰাজেন্দ্ৰ প্ৰসাদ]]}}
{{s-ttl|title=[[ভাৰতৰ ৰাষ্ট্ৰপতি]]|years=১৯৬২–১৯৬৭}}