ৱিকিমিডিয়া কমন্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

| -> ।
42 নং শাৰী:
 
== মানদণ্ড==
ছাইটটোত উন্নত মানৰ কাম বাচি উলিয়াবৰ বাবে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়|হয়। ইয়াৰে এটা "[[:commons:Commons:Featured pictures|নিৰ্বাচিত ছবি]]", য’ত ছবিসমূহ সেই ছাইটৰ পঞ্জীভুক্ত সদস্যসকলে ভোটদান পৰ্বযোগে চিত্ৰ বাচনি কৰিব পাৰে|পাৰে। এই পদ্ধটিতো নৱেম্বৰ, ২০০৪ চনৰ পৰা আৰম্ভ কৰা হয়|হয়। আন প্ৰক্ৰিয়া দুটা হ’ল "[[:commons:Commons:Quality Images|উন্নত চিত্ৰসমূহ]]" আৰু আনটো "[[commons:Commons:Valued images|অমূল্য চিত্ৰসমূহ]]"|
 
এই ছাইটে বছৰটোৰ নিৰ্বাচিত চিত্ৰ প্ৰতিযোগিতা ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নিয়মিত ভাৱে অনুষ্ঠিত কৰি আহিছে য’ত সদস্যৰ ভোটদানৰ যোগেদিয়েই চিত্ৰ নিৰ্বাচিত কৰা হয়|হয়।
প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ মিডিয়াসমূহ:
# [[commons:Commons:Picture of the Year/2006|২০০৬]],