দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

cleanup
6 নং শাৰী:
| image_skyline = Patharughat.JPG
| image_alt =
| image_caption = '''পথৰুঘাট'''পথৰুঘাটৰ শ্বহীদ স্তম্ভ
| image_flag =
| flag_alt =
74 নং শাৰী:
}}
 
'''দৰং জিলা''' ({{lang-en|Darrang District}}) [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ সাতাইশখন [[অসমৰ জিলা|জিলা]]ৰ ভিতৰত এখন। [[মঙ্গলদৈ]] ইয়াৰ সদৰ স্থান। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ [[শোণিতপুৰ জিলা]] (অবিভক্ত)গঠন হয়। পূৰ্বৰ মঙ্গলদৈ জিলাৰমহকুমাক সদৰদৰং ঠাইজিলা নাম মহ্কুমাদিয়া হিচাবেহয়। ১৯৮৩২০০৪ চনত গঠিতপুনৰ দৰং জিলাৰ এটা অংশৰ পৰা [[ওদালগুৰি জিলা]] গঠন কৰা হয়। দৰং জিলাই বৰ্তমান ৩৪৮১ বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি হৈছিল।আছে।
 
==নামৰ ইতিবৃত্ত==
84 নং শাৰী:
পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনত [[শোণিতপুৰ জিলা]] আৰু ২০০৪ চনত [[ওদালগুৰি জিলা]] পৃথক হয়<ref name='Statoids'>{{cite web | url = http://www.statoids.com/yin.html | title = Districts of India | accessdate = 2011-10-11 | last = Law | first = Gwillim | date = 2011-09-25 | work = Statoids}}</ref>।
 
'''দৰং জিলা''' এটা ঠেক সমভুমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা [[ব্ৰহ্মপুত্ৰ নদ]]ৰ মাজত অৱস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাবে। ১৬ শতিকাৰ আৰম্ভনিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং ৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, '''ধৰ্মনাৰায়ন''' নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে।<ref>অসম দেশৰ বুৰঞ্জী, ডঃ লক্ষ্মী দেৱী</ref> কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্ৰ আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ননাৰায়ণ '''কেপ্তেইন ৱেল্সৱেলছ''' আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়ীক প্ৰস্তাবপ্ৰস্তাৱ মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে প্পইয়াণ্ডাবু সন্ধি[[ইয়াণ্ডাবু সন্ধি]]ৰ অবৈধ চৰ্ত প্ৰয়োগ কৰি আহোম ৰাজ্য গ্ৰাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্ৰীঃৰ মাৰ্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তৰ্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্ৰধান কাৰ্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে আৰু ১৯৮৩ চনলৈ [[তেজপুৰ]] খনেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল।
 
==ভৌগোলিক তথ্য==
98 নং শাৰী:
;ভূ-অবয়ৱ
জিলাখন সমভুমি আৰু ওখ চাপৰ মাটিভাগেৰে আগুৰা। দক্ষিণ দিশত হাবি বননিৰে বেষ্টিত। ভূ ভাগ ক্ৰমে উত্তৰৰ পৰা দক্ষিণলৈ হেলনীয়া। সমুদ্ৰ পৃষ্টৰ পৰা ৫০ মিটাৰৰ - ২৫০মিটাৰলৈ ঠাই ভেদে উন্নতি আছে।
 
[[মানস ৰাষ্ট্ৰীয় উদ্যান]] আৰু [[ওৰাং ৰাষ্ট্ৰীয় উদ্যান]]ৰ অংশ দৰং জিলাত অৱস্থিত।
 
==জনগাঁথনি==
২০১১ চনৰ লোক পিয়ল তথ্য মতে প্ৰকৃত জনসংখ্যা ৯০৮,০৯০ জনৰ বিপৰীতে ২০০১ চনৰ লোক পিয়ল মতে ৭৫৯৮৫৮ জন। <ref name=districtcensus>{{cite web | url = http://www.census2011.co.in/district.php | title = District Census 2011 | accessdate = 2011-09-30 | year = 2011 | publisher = Census2011.co.in}}</ref> ইয়াৰে পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৪৭২১৩৮ আৰু ৪৩৫৯৫৬ যদিও ২০০১ চনৰ পিয়ল মতে ৩৯২৩৬২ আৰু ৩৬৭৪৯৬ গৰাকী জনা যায়। জনসংখ্যা বৃদ্ধিৰ হাৰ ২০১১ চনত ১৯.৫১ % বিপৰীতে ২০০১ চনত ২২.১৮ % হৈছিল। ঘনত্ব প্ৰতি বৰ্গ কি.মি ৪৯১ জনৰ এতিয়াৰ সলনি ২০০১ চনৰ লোক পিয়ল মতে ৪১১ জন আছিল। [[অসম]] ৰাজ্যৰ মুঠ জনসংখ্যাৰ [[দৰং জিলা]]ৰ অংশ ২০১১ চনৰ পিয়লত ২.৯১ শতাংশ যি ২০০১ চনত ২.৮৫ শতাংশ আছিল। লিংগ অনুপাত (প্ৰতি ১০০০ জন) ২০১১ চনত ৯২৩ জন আৰু ২০০১ চনত ৯৩৭ জন পিয়ল মতে জনা যায়। ০-৬ বছৰৰ শিশুৰ লিংগ অনুপাত ২০১১ চনত ৯৪১ জন, সেই সংখ্যা ২০০১ চনত ৯৭৭ জন আছিল। ২০১১ চনত গড় শিক্ষিতৰ হাৰ ৬৪.৫৫ % আৰু ইয়াৰে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে ৬৮.৩৬ আৰু ৬০.৪০ যি আগৰ দহকত গড় শিক্ষিতৰ হাৰ ৫৪.৩১ , পুৰুষ আৰু মহিলাৰ হাৰ যথাক্ৰমে ৬১.৭০ আৰু ৪৬.৩৪ আছিল। মুঠ শিশু জনসংখ্যা(০-৬ বছৰ) ২০১১ চনৰ লোক পিয়ল মতে ১৪৯৬২৬ জন যি ২০০১ চনৰ মতে ১৪৬৮১৮ জন আছিল। লৰা- ছোৱালীৰ (০-৬ বছৰ ) পৰিসংখ্যা ক্ৰমে ৭৭০৯৬, ৭২৫৩০ যিতো সংখ্যা ৭৪২৭৪, ৭২৫৪৪ জন পূৰ্বৰ দহকত (২০০১ লোক পিয়লত) আছিল। ২০১১ চনৰ লোক পিয়লত পুৰুষ আৰু মহিলা শিক্ষিত ক্ৰমে ২৭০০৩৬ জন আৰু ২১৯৫২৩ জনী, (২৬৩৭৪৪ জন , ২০৬৫২১ জনী ২০০১ চন মতে)। মুঠ শিক্ষিতৰ পৰিসংখ্যা ক্ৰমে ২০১১/২০০১ চন মতে ৪৮৯৫৫৯ আৰু ৪৭০২৬৬।<ref>All details regarding Darrang District have been processed from Govt. of India. We are not responsible for errors to population census details of Darrang District</ref>
 
==ভাষা==
দৰং জিলাত সাধাৰনতেসাধাৰণতে [[অসমীয়া ভষা|অসমীয়া]], [[বাংলা ভাষা|বাংলা]], [[বড়ো ভাষা|বড়ো]], [[নেপালী ভাষা|নেপালী]], [[হিন্দী ভাষা|হিন্দী]] আদি ভাষা প্ৰচলিত। দুনী,ঠেকেৰাবাৰী, ব্যাসপাৰা আদি অঞ্চলৰ লৰাসমূহৰ মাজত ''ঠাৰভাষা'' নামে একপ্ৰকাৰৰ ভাষা প্ৰচলিত আছিল যদিও বৰ্ত্তমান ই হেৰাই গৈছে।
 
==সংস্কৃতি==
==দৰং জিলাৰ উল্লেখযোগ্য অনুষ্ঠান আৰু স্বেস্বাসেৱী সংগঠন সমূহৰ নাম==
অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰবৰ্ত্তনপ্ৰৱৰ্তন হৈ অহা গীত আৰু কথাৰ ৰুপতৰূপত মানহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী [[ওজাপালি]], দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম,থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত। দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিবৰ্ত্তেপৰিৱৰ্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে।
# [[পশ্চিম দৰং প্ৰেচ ক্লাব]]
# [[দৰং জিলা ছাত্ৰ সন্থা]]
# [[সদৌ দৰং জিলা সাংবাদিক সন্থা]]
# [[সত্ৰ, ছিপাঝাৰ]]
# [[মঠ-মন্দিৰ]]
# [[দুনী আঞ্চলিক ছাত্ৰ সন্থা]]
# [[নিউজ নেটৱৰ্ক, দুনী]]
# [[দুনী কৃষ্টি সংঘ, দুনী]]
# [[প্ৰত্যাহ্বান, দুনী]]
# [[পাথৰিঘাট ছাত্ৰ সম্থা, পাথৰিঘাট]]
# [[ৰেইডা(REIDA), ভেৰুৱা]]
<!--
অধিক নাম প্ৰৱেশৰ বাবে কল কৰক 9577007097
-->
 
==বিধানসভা সমষ্টি==
==দৰং জিলাৰ লোক পিয়ল==
দৰং জিলাৰ বিধানসভা সমষ্টিসমুহ হ'ল [[কলাইগাঁও]]৬৫ নং কালাইগাঁও ,৬৬ নং [[ছিপাঝাৰ]],৬৭নং [[মঙ্গলদৈ]],৬৮নং [[দলগাঁও]]৷
২০১১ চনৰ লোক পিয়ল তথ্য মতে প্ৰকৃত জনসংখ্যা ৯০৮,০৯০ জনৰ বিপৰীতে ২০০১ চনৰ লোক পিয়ল মতে ৭৫৯৮৫৮ জন। <ref name=districtcensus>{{cite web | url = http://www.census2011.co.in/district.php | title = District Census 2011 | accessdate = 2011-09-30 | year = 2011 | publisher = Census2011.co.in}}</ref> ইয়াৰে পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৪৭২১৩৮ আৰু ৪৩৫৯৫৬ যদিও ২০০১ চনৰ পিয়ল মতে ৩৯২৩৬২ আৰু ৩৬৭৪৯৬ গৰাকী জনা যায়। জনসংখ্যা বৃদ্ধিৰ হাৰ ২০১১ চনত ১৯.৫১ % বিপৰীতে ২০০১ চনত ২২.১৮ % হৈছিল। ঘনত্ব প্ৰতি বৰ্গ কি.মি ৪৯১ জনৰ এতিয়াৰ সলনি ২০০১ চনৰ লোক পিয়ল মতে ৪১১ জন আছিল। [[অসম]] ৰাজ্যৰ মুঠ জনসংখ্যাৰ [[দৰং জিলা]]ৰ অংশ ২০১১ চনৰ পিয়লত ২.৯১ শতাংশ যি ২০০১ চনত ২.৮৫ শতাংশ আছিল। লিংগ অনুপাত (প্ৰতি ১০০০ জন) ২০১১ চনত ৯২৩ জন আৰু ২০০১ চনত ৯৩৭ জন পিয়ল মতে জনা যায়। ০-৬ বছৰৰ শিশুৰ লিংগ অনুপাত ২০১১ চনত ৯৪১ জন, সেই সংখ্যা ২০০১ চনত ৯৭৭ জন আছিল। ২০১১ চনত গড় শিক্ষিতৰ হাৰ ৬৪.৫৫ % আৰু ইয়াৰে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে ৬৮.৩৬ আৰু ৬০.৪০ যি আগৰ দহকত গড় শিক্ষিতৰ হাৰ ৫৪.৩১ , পুৰুষ আৰু মহিলাৰ হাৰ যথাক্ৰমে ৬১.৭০ আৰু ৪৬.৩৪ আছিল। মুঠ শিশু জনসংখ্যা(০-৬ বছৰ) ২০১১ চনৰ লোক পিয়ল মতে ১৪৯৬২৬ জন যি ২০০১ চনৰ মতে ১৪৬৮১৮ জন আছিল। লৰা- ছোৱালীৰ (০-৬ বছৰ ) পৰিসংখ্যা ক্ৰমে ৭৭০৯৬, ৭২৫৩০ যিতো সংখ্যা ৭৪২৭৪, ৭২৫৪৪ জন পূৰ্বৰ দহকত (২০০১ লোক পিয়লত) আছিল। ২০১১ চনৰ লোক পিয়লত পুৰুষ আৰু মহিলা শিক্ষিত ক্ৰমে ২৭০০৩৬ জন আৰু ২১৯৫২৩ জনী, (২৬৩৭৪৪ জন , ২০৬৫২১ জনী ২০০১ চন মতে)। মুঠ শিক্ষিতৰ পৰিসংখ্যা ক্ৰমে ২০১১/২০০১ চন মতে ৪৮৯৫৫৯ আৰু ৪৭০২৬৬।<ref>All details regarding Darrang District have been processed from Govt. of India. We are not responsible for errors to population census details of Darrang District</ref>
 
==উল্লেখযোগ্য স্থান==
{{Expand section}}
# [[মঙ্গলদৈ]]
# [[দলগাঁও]]
Line 132 ⟶ 125:
# [[খটৰা]]
 
==উল্লেখযোগ্য অনুষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনসমূহ==
==বিধানসভা সমষ্টি==
# [[পশ্চিম দৰং প্ৰেচ ক্লাব]]
দৰং জিলাৰ বিধানসভা সমষ্টিসমুহ হ'ল [[কলাইগাঁও]]৬৫ নং কালাইগাঁও ,৬৬ নং [[ছিপাঝাৰ]],৬৭নং [[মঙ্গলদৈ]],৬৮নং [[দলগাঁও]]৷
# [[দৰং জিলা ছাত্ৰ সন্থা]]
 
# [[সদৌ দৰং জিলা সাংবাদিক সন্থা]]
==সংস্কৃতি==
# [[সত্ৰ, ছিপাঝাৰ]]
অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰবৰ্ত্তন হৈ অহা গীত আৰু কথাৰ ৰুপত মানহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী [[ওজাপালি]], দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া,খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম,থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত। দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিবৰ্ত্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে।
# [[মঠ-মন্দিৰ]]
 
# [[দুনী আঞ্চলিক ছাত্ৰ সন্থা]]
# [[নিউজ নেটৱৰ্ক, দুনী]]
# [[দুনী কৃষ্টি সংঘ, দুনী]]
# [[প্ৰত্যাহ্বান, দুনী]]
# [[পাথৰিঘাট ছাত্ৰ সম্থা,সন্থা পাথৰিঘাট]]
# [[ৰেইডা(REIDA), ভেৰুৱা]]
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে