ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
update
26 নং শাৰী:
 
== মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি? ==
এইটো ৱিকিপিডিয়া সম্পৰ্কে মানুহৰ এটা ভুল ধাৰণা আৰু তালৈ অৱদান আগবঢ়োৱাৰ বাবে দ্বিধাবোধ কৰাৰ এক প্ৰধান কাৰণ। ৱিকিপিডিয়াত লিখিবলৈ আপুনি কোনো বিষয়েৰেবিষয়ৰে বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। প্ৰকৃততে কোনো ৱিকিপিডিয়া প্ৰবন্ধই মাত্ৰ এজন অৱদানকাৰীৰ ফচল নহয়। প্ৰতিটো প্ৰবন্ধৰ আঁৰত বিভিন্ন ঠাইৰ বিভিন্ন অৰ্হতা থকা অৱদানকাৰীৰ হাত আছে।
 
উদাহৰণস্বৰূপে ধৰা হওক যে শিৱসাগৰৰ এজন পঢ়াশলীয়া ছাত্ৰই কম্পিউটাৰৰ ওপৰত লিখিব খুজিছে। তেওঁৰ সীমিত জ্ঞানেৰে কম্পিউটাৰ কি বস্তু তাৰ ওপৰত কেৱল এটা অনুচ্ছেদহে লিখিব পাৰিলে। কিছুদিন পিছত গুৱাহাটীৰ এজন কাৰিকৰী বিদ্যাৰ ছাত্ৰই প্ৰবন্ধটো দেখি তাত আৰু কথা যোগ দিলে। তাৰ কিছুদিন পিছত বাংগালোৰত চাকৰি কৰি থকা অসমীয়া তথ্য-প্ৰযুক্তিবিদ এজনে প্ৰবন্ধটোত কাৰিকৰী খুঁতি-নাটিৰ লগতে কেইখনমান চিত্ৰ যোগ কৰিলে। এনেকৈ বিভিন্নজনৰ অৱদানেৰে লাহে লাহে প্ৰবন্ধটো ৱিকিপিডিয়াৰ এটা উত্‍কৃষ্ট প্ৰবন্ধলৈ ৰূপান্তৰিত হ'ল। ৱিকিপিডিয়াৰ প্ৰত্যেক প্ৰবন্ধৰ আঁৰত একেধৰণৰ প্ৰক্ৰিয়া লুকাই আছে। আপুনিও ইয়াৰ সহযোগী হ'ব পাৰে। আপুনি নতুন প্ৰবন্ধ যোগ দিব পাৰে বা আগতে থকা প্ৰবন্ধ উন্নত কৰিব পাৰে।
40 নং শাৰী:
 
== ইংৰাজীৰ বাহিৰে আন ভাষাত ৱিকিপিডিয়া আছেনে? অসমীয়া বা আন ভাৰতীয় ভাষাত ৱিকিপিডিয়া আছেনে? ==
বৰ্তমানলৈ পৃথিৱীৰ ২৮৫টা ভাষাত ৱিকিপিডিয়া প্ৰকাশিত হৈছে। অসমীয়া ভাষাটো এখন ৱিকিপিডিয়া আছে। প্ৰথমখন ৱিকিপিডিয়া আছিল ইংৰাজী ভাষাৰ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইয়াৰ আৰম্ভণি হৈছিল। তাৰ দুমাহ পিছত ২০০১ চনৰ মাৰ্চত জাৰ্মান ভাষাত ৱিকিপিডিয়া আৰম্ভ হ'ল। তাৰ পিছত লাহে লাহে ফ্ৰেঞ্চফৰাছী, চীনা, ডাট্‌ছ, হিব্ৰু, ইটালিয়ান, ৰাছিয়ান আদি ভাষাৰ ৱিকিপিডিয়াৰ বিকাশ হ'ল।
 
বৰ্তমানলৈ পৃথিৱীৰ ২৮৫টা ভাষাত ৱিকিপিডিয়া প্ৰকাশিত হৈছে। অসমীয়া ভাষাটো এখন ৱিকিপিডিয়া আছে। প্ৰথমখন ৱিকিপিডিয়া আছিল ইংৰাজী ভাষাৰ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইয়াৰ আৰম্ভণি হৈছিল। তাৰ দুমাহ পিছত ২০০১ চনৰ মাৰ্চত জাৰ্মান ভাষাত ৱিকিপিডিয়া আৰম্ভ হ'ল। তাৰ পিছত লাহে লাহে ফ্ৰেঞ্চ, চীনা, ডাট্‌ছ, হিব্ৰু, ইটালিয়ান, ৰাছিয়ান আদি ভাষাৰ ৱিকিপিডিয়াৰ বিকাশ হ'ল।
 
প্ৰথম বছৰত কোনো ভাৰতীয় ভাষাৰে নিজা ৱিকিপিডিয়া নাছিল। ২০০২ চনৰ জুন মাহত অসমীয়া, পাঞ্জাবী আৰু উৰিয়া ৱিকিপিডিয়াৰ শুভাৰম্ভ হ'ল। সেই বছৰৰে ডিচেম্বৰত মালায়ালম ৱিকিপিডিয়া আৰম্ভ হ'ল। ২০০৩ চনত ব্যস্ততা আৰু বাঢ়িল। ফেব্ৰুৱাৰীত ভোজপুৰী, মে' মাহত মাৰাঠী, জুনত কন্নড়, জুলাইত হিন্দী, ছেপ্তেম্বৰত তামিল, তেলেগু, গুজৰাটী আৰু পিছৰ বছৰৰ জানুৱাৰীত বাংলা ৱিকিপিডিয়াৰ আৰম্ভণি হ'ল। এতিয়া সংস্কৃত আৰু পালিকে ধৰি বিশটা ভাৰতীয় ভাষাত ৱিকিপিডিয়া উপলব্ধ।
 
২০১২ চনৰ নৱেম্বৰলৈকেডিচেম্বৰলৈকে ৪ নিযুততকৈও অধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াই বৰ্তমান সৰ্ববৃহত্‍ ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াত একে তাৰিখলৈ প্ৰায় ১৬০০টা১৯০০ টা প্ৰবন্ধ আছে।
 
== মই ইংৰাজীত পাৰ্গত। অসমীয়া ৱিকিপিডিয়াত মই কিয় লিখিব লাগে? ==
Line 79 ⟶ 78:
মুক্ত ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰ অপাৰ সফলতাৰ পাছত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আন আন জ্ঞানদায়ী প্ৰকল্প আৰম্ভ কৰিবলৈ মন মেলিলে। তাৰে কিছুমান হৈছে- এখন বহুভাষিক মুক্ত অভিধান "ৱিক্সনেৰী" (Wiktionary), ৰাজহুৱা প্ৰান্ত আৰু বিনামূলীয়া অনুজ্ঞাপত্ৰ থকা গ্ৰন্থ সাঁচি ৰখা স্থান "ৱিকিচ'ৰ্ছ" (Wikisource), বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথিৰ স্থান "ৱিকিবুক্‌ছ" (Wikibooks), সহযোগিতামূলক সাংবাদিকতাৰে মুক্ত উত্‍সৰ বা-বাতৰিৰ ক্ষেত্ৰ "ৱিকিনিউজ" (Wikinews), বিভিন্ন বিখ্যাত উক্তিৰ সংগ্ৰহ "ৱিকিকোৱ'ট" (Wikiquote), অনলাইন মাল্টিমিডিয়া ফাইলৰ ভঁৰাল "কমন্স" (Commons) আদি।
 
ইয়াৰ ভিতৰত "ৱিকিঅভিধান" (Wiktionary) আৰু "ৱিকিউদ্ধৃতি" (Wikiquote) অসমীয়াত ভাষাত আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিক্ৰিয়তাৰ বাবে সেইবোৰ এতিয়া বন্ধ কৰি ৰখা হৈছে। বৰ্তমানশেহতীয়াকৈ অসমীয়া "ৱিকিউৎস" (Wikisource)ৰ কাম-কাজ আৰম্ভ কৰা হৈছে যদিও তাৰ নিজা উপ-ডমেইন পোৱা হোৱালাভ নাই।কৰিছে।
 
==ইংৰাজী ৱিকি প্ৰকল্প থকাৰ পিছত অসমীয়া ৱিকি প্ৰকল্পৰ গুৰুত্ব কি?==
Line 89 ⟶ 88:
 
==মই ৱিকিপিডিয়াত থকা ভুল তথ্যৰ ওপৰত প্ৰবন্ধ এটা লিখিব খুজিছোঁ। ৱিকিপিডিয়াৰ সম্পাদকসকলে সেই বিষয়ে বা কি কয়?==
ৱিকিপিডিয়াক আন পৰম্পৰাগত জ্ঞানৰ উত্‍সৰ লগত তুলনা কৰিলে এই সমস্যা আহিব পাৰে। পৰম্পৰাগত জ্ঞানৰ উত্‍সত (যেনে বাতৰি কাকত, কিতাপ, ব্ল'গ, দূৰদৰ্শন আদি) তথ্যৰ ত্ৰুটি শুধৰাবলৈ সুবিধা পোৱা নাযায় আৰু কেতিয়াবা সেইবোৰ আঙুলিয়াই দিবলৈ সঠিক শ্ৰোতাওব্যক্তিও পোৱা নাযায়। ৱিকিপিডিয়াৰ পাৰ্থক্য এইটোৱেই যে ই মুক্ত আৰু সকলোৱে ইয়াক সম্পাদনা কৰিব পাৰে। ৱিকিপিডিয়াই আপোনাৰ চকুত পৰা যিকোনো ভুল শুধৰাবলৈ অধিকাৰ প্ৰদান কৰে। গতিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তথ্যগত ভুল শুদ্ধ কৰাটো সকলো সদস্যৰে দায়িত্ব।
 
ৱিকিপিডিয়াত থকা তথ্যৰ ভুলৰ ওপৰত প্ৰবন্ধ এটা লিখাতকৈ সেই ভুল নিজে শুদ্ধ কৰাটো অধিক সহজ। কোনো প্ৰবন্ধ আৰম্ভণিতে নিখুঁত নহয় আৰু বহুজনৰ সংশোধনৰ পিছতহে লাহে লাহে ই পূৰ্ণাঙ্গ ৰূপ পায়; এইটো ৱিকিপিডিয়াৰ নিয়ম বুলিয়েই ক'ব পাৰি। গতিকে আমাৰ মত আৰু বিনম্ৰ অনুৰোধ এই যে আপুনি ৱিকিপিডিয়াত ভুল তথ্যৰ ওপৰত প্ৰবন্ধ এটা লিখি আন ঠাইত ছপা কৰাতকৈ ৱিকিপিডিয়াত যোগদান কৰক আৰু চকুত পৰা ভুলবোৰ শুধৰাওক। আপুনি এনে নকৰিলেও আপোনাৰ প্ৰবন্ধটো কোনো ৱিকিপিডিয়ানে পঢ়াৰ পাঁচ মিনিটমান পিছতেই তথ্যখিনি শুদ্ধ কৰিব আৰু আপোনাৰ প্ৰবন্ধটো মূল্যহীন হৈ পৰিব।
Line 101 ⟶ 100:
 
* '''ৱিকিপিডিয়া''' [http://as.wikipedia.org]
* '''ৱিকিউৎস''' [http://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4:%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE]
 
ইয়াৰ ভিতৰত ৱিকিপিডিয়াই অধিক সক্ৰিয় প্ৰকল্প। ওপৰত ৱিকিপিডিয়াৰ বিষয়েই অধিক আলোচনা কৰা হৈছে।
 
"ৱিকিঅভিধান" কিছুবছৰ আগতে আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে ইয়াক বন্ধ কৰি ৰখা হৈছে। শেহতীয়াকৈ ৱিকিঅভিধান পুনৰ মুকলি কৰিবলৈ আবেদন জনোৱা হৈছে।