ক্ৰিকেট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
 
ক্ৰিকেটৰ জন্ম হৈছিল দক্ষিণ ইংলেণ্ডত ষষ্ঠদশ শতিকাত। ওঠৰ শতিকাৰ শেষলৈ ক্ৰিকেট ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈ পৰে। ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰসাৰে উনৈছ শতিকাত ক্ৰিকেট খেলক বিভিন্ন দেশলৈ বিয়পাই দিয়ে। প্ৰথম আন্তৰ্জাতিক ক্ৰিকেট খেলা হৈছিল উনৈছ শতিকাৰ মধ্যভাগত। ক্ৰিকেটৰ নিয়ন্ত্ৰণকাৰী সংস্থা ICC-ৰ ১০-খন পূৰ্ণ সদস্যভুক্ত দেশ আছে।<ref>[http://www.cricketarchive.com/Archive/Countries/index.html CricketArchive – full list of ICC member countries]. Retrieved 25 July 2009.</ref> ক্ৰিকেট খেল অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত উপমহাদেশৰ দেশসমূহ, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাত বিশেষ ভাৱে জনপ্ৰিয়।
 
ক্ৰিকেট মূলতঃ বহিঃক্ৰীড়া (outdoor game), যদিও আজিকালি অন্তঃক্ৰীড়া (indoor game) হিচাপেও খেলিব পাৰি।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ক্ৰিকেট"ৰ পৰা অনা হৈছে