"ক্ৰিকেট"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,582 বাইট যোগ দিয়া হ’ল ,  7 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
{{Infobox sport
[[চিত্ৰ:ক্ৰিকেট|thumbnail|ক্ৰিকেট ]]
| name = ক্ৰিকেট
| image = Pollock to Hussey.jpg
| imagesize = 250px
| caption = এজন 'বাউলাৰ'-এ বেট্‌ছমেন-লৈ বল নিক্ষেপ কৰিছে। মাজৰ দীঘলীয়া আয়তাকাৰ ক্ষেত্ৰখন পিট্‌চ। পিটচ-ৰ দুমূৰে থকা কাঠৰ খুঁটি তিনিডালক 'উইকেট' বোলা হয়। উইকেইটৰপৰা পিট্‌চৰ ভিতৰৰ ফালে থকা বগা ৰেখা-কেইডাল 'ক্ৰীজ'।
| union = আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (ICC) [[International Cricket Council]]
| first = ওঠৰ শতিকা (আধুনিক ক্ৰিকেট)
| first team =
| registered =
| clubs =
| team = প্ৰতি দলতে ১১ জনকৈ খেলুৱৈ<br>খেলুৱৈ আঘাতপ্ৰাপ্ত হ'লে বিকল্প খেলুৱৈয়ে 'ফিল্ডিং' কৰিব পাৰে।
| mgender = একক
| category = [[দলীয় ক্ৰীড়া]], [[বেট-বলৰ খেল]]
| ball = [[ক্ৰিকেট বল]], [[ক্ৰিকেট বেট]],<br> [[উইকেট]]: [[ষ্টাম্প]], [[বেইল]]
| venue = [[ক্ৰিকেট খেলপথাৰ]]
| olympic = [[১৯০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক]]-ত এবাৰেই খেলা হৈছিল
}}
'''ক্ৰিকেট''' এবিধ '[[বেট আৰু বলৰ খেল]]'। দুটা দলৰ ১১ জনকৈ সদস্যৰে এই খেল [[ক্ৰিকেট খেলপথাৰত]] খেলা হয়। খেলোপথাৰৰ সোঁমাজত ২২ গজ দৈৰ্ঘৰ এক আয়তাকাৰ ক্ষেত্ৰ থাকে, যাক পিট্‌চ বোলা হয়। এটা দলৰ দুজনকৈ খেলুৱৈয়ে এটা সময়ত বেট ধৰে আৰু যিমান বেছিকৈ পাৰে ৰাণ সংগ্ৰহ কৰিবলৈ যত্ন কৰে, য'ত আনটো দলে বেট ধৰা কেইজনলৈ বল নিক্ষেপ কৰি 'আউট' কৰিবলৈ চেষ্টা কৰে, লগতে খেলপথাৰত আনটো দলৰ আটাইকেইজন সদস্যই ৰাণ সংগ্ৰহত বাধা দিবলৈ চেষ্টা কৰে। একোজন বেট ধৰোঁতাক আউট কৰিব পাৰিলে আন এজন খেলপথাৰলৈ আহে, এনেকৈ সেই দলৰ ১১ গৰাকী খেলুৱৈয়ে বেট ধৰিবলৈ সুযোগ পায়। বেট ধৰোঁতাজনে নিক্ষেপ কৰা বলটো বেটেৰে দূৰলৈ মাৰি পঠিয়াই পিট্‌চ আনটো মূৰলৈ দৌৰ মাৰি 'ৰাণ' ল'ব পাৰে। বলটো খেল পথাৰৰ এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাব পাৰিলে 'চাৰি' বা 'ছয়' সংখ্যক ৰাণো বেট ধৰোঁতাই সংগ্ৰহ কৰিব পাৰে। এটা দলে এনেদৰে বেট কৰা সময়খিনিক এটা 'ইনিংছ' বোলা হয়। এটা ইনিংছ সমাপ্ত হোৱাৰ পাছত আনটো দলে নিজা ইনিংছ খেলিবলৈ সুযোগ পায়।
 
2,337

টা সম্পাদনা