অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{inadequate lead}}
<!--চমু পৰিচয় এটাৰ প্ৰয়োজন -->
 
{{About|অসমৰ লোকবাদ্যসমূহৰ|বিহুৰ বাদ্যযন্ত্ৰসমূহৰ বিষয়ে জানিব|বিহুৰ বাদ্যযন্ত্ৰ}}
 
 
==ঢোল==
Line 33 ⟶ 31:
==সুতুলি==
{{Main|সুতুলি}}
 
সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগিত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনে বিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। এই ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পখীৰ মাতৰ অনুকৰণত বাঁহিৰ দৰে সুৰ বজোৱা হয়। প্ৰথম অৱস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দ্বৰেহে ব্যৱহাৰ হৈছিল- আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলিৰ দৰে এবিধ বাদ্য আছিল বুলি জনা যায়- যাক চীনা ভাষাত – সুন ( xun) বুলি কোৱা হৈছিল।
 
Line 56 ⟶ 53:
[[ভূটান]], [[তিব্বত]] আদিত [[বৌদ্ধ]] [[সংগীত]]ত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি কোনো কোনোৱে ভাবে যে [[ভোট দেশ]]ৰ পৰা আমদানি কৰা তালেই ভোট তাল বা ভোৰ তাল৷ আচলতে, ডাঙৰ অৰ্থ বুজাবলৈ বৰ তাল বা ভোৰ তালৰ সৃষ্টি ৷ [[বৈষ্ণৱ]]ৰ [[নাম]]-[[কীৰ্তন]], [[থিয় নাম]], [[পাল নাম]], [[চেওঁ চাপৰি নাম]] প্ৰভৃতি পৰিৱেশনত [[ভোৰ তাল]] আৱশ্যকীয় অংগ ৷ ইয়াৰ গুৰু-গম্ভীৰ নাদে শ্ৰোতাৰ অন্তৰত কেনে ভাবৰ জোৱাৰ তোলে তাক শব্দৰ দ্বাৰা প্ৰকাশ কৰাতো প্ৰায় অসম্ভৱ ৷ থিয় অথবা [[পাল নাম]]ত একোজনা বাদকে কেইবাজোৰো [[ভোৰ তাল]] একেলগে বজাই শ্ৰোতা আৰু দৰ্শক মণ্ডলীক মুগ্ধ কৰে৷<ref>অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনাৰ- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৬৯) </ref>
 
==খ্ৰাম==
 
{{Main|খ্ৰাম}}
 
:খ্ৰাম তিনি ফুটমান দীঘল কাঠৰ কুণ্ডা খুলি দি এমূৰে হৰিণৰ ছালেৰে চাই প্ৰস্তুত কৰা ঢোলজাতীয় বাদ্য। ডিমাচাসকলৰ নৃত্য-গীতৰ অপৰিহাৰ্য্য বাদ্য খ্ৰামত ব্যৱহৃত বৰটিবোৰ ম'হৰ ছালেৰে তৈয়াৰী।ইয়াক এমুৰে হাতেৰে চপৰিয়াই আৰু আনমূৰে এডাল মাৰিৰে কোবাই বজোৱা হয়।<ref name="সাদিন"> লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, পৃষ্ঠা: ৯ </ref>
 
==খ্ৰাম<ref name="সাদিন"> লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, পৃষ্ঠা: ৯ </ref>==
:খ্ৰাম তিনি ফুটমান দীঘল কাঠৰ কুণ্ডা খুলি দি এমূৰে হৰিণৰ ছালেৰে চাই প্ৰস্তুত কৰা ঢোলজাতীয় বাদ্য। ডিমাচাসকলৰ নৃত্য-গীতৰ অপৰিহাৰ্য্য বাদ্য খ্ৰামত ব্যৱহৃত বৰটিবোৰ ম'হৰ ছালেৰে তৈয়াৰী।ইয়াক এমুৰে হাতেৰে চপৰিয়াই আৰু আনমূৰে এডাল মাৰিৰে কোবাই বজোৱা হয়।
 
==মাদল==
Line 86 ⟶ 81:
==ডবা==
{{Empty section}}
 
 
==মৃদঙ্গ==
{{Empty section}}
 
 
==দোতোৰা==
{{Empty section}}
 
 
==দগৰ==
{{Empty section}}
 
 
==নাগাৰা==
Line 105 ⟶ 96:
নাগাৰা এবিধ বাদ্য। নাম-প্ৰসঙ্গ, থিয় নাম, দিহানাম আদি নাম গাৱলৈ নামৰ চেঁৱে চেঁৱে এই নেগেৰা বজোৱা হয়। নেগেৰাৰ ডিমাটো কাঠৰে তৈয়াৰী, মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। একেলগে দুটা নেগেৰা বা তাতোধিক নেগেৰা বজোৱা দেখা যায়। বাঁহৰ দুডাল মাৰিয়েই নেগেৰা বজাবলৈ ব্যৱহাৰ কৰা হয়।
 
{{-}}
==তথ্যসূত্ৰ==
==তথ্য সংগ্ৰহ==
{{reflist}}
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* [http://www.anvesha.co.in/assamese/bihu.html অম্বেষা ডট কো ডট ইন] ৱেবছাইটত অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহৰ বিষয়ে অধিক তথ্য আছে।]
* [http://www.mapsofindia.com/assam/society/musical-instruments.html mapsofindia.com] ৱেবছাইটত অসমৰ বাদ্যযন্ত্ৰসমূহৰ তথ্য।]
* [http://www.vedanti.com/News/musical_instruments_used_in_assa.htm vedanti.com] ৱেবছাইটত অসমৰ বাদ্যযন্ত্ৰসমূহৰ তথ্য।]
* [http://tourismassam.blogspot.in/2008/02/music-of-assam.html tourismassam]তtourismassamত সন্নিবিষ্ট বাদ্যযন্ত্ৰসমূহৰ তথ্য।]
 
{{অসমৰ লোক-সংস্কৃতি}}