ৱিকিপিডিয়া:একাউণ্ট কিয় খুলিব লাগে?: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

34 নং শাৰী:
 
==লাভালাভ বিস্তৃতভাৱে==
===উপভুক্তাউপভোক্তা নাম===
যদি আপুনি '''[http://en.wikipedia.org/w/index.php title=Special:Userlogin&type=signup
If you '''[http://en.wikipedia.org/w/index.php?title=Special:Userlogin&type=signup create an account]''', you can pick a [[Wikipedia:Username|username]] '''provided it is available and unique.''' Edits you make while logged in will be assigned to that name. That means you will get full credit for your contributions in the page history (when not logged in, the edits are just assigned to your IP address). You can also view all your contributions by clicking the "My contributions" link, which is visible only when you are logged in.
এটা একাউণ্ট সৃষ্টি কৰে]''', আপুনি এটা [[ৱিকিপেদিয়া:উপভোক্তা নাম|উপভোক্তা নাম]] লাভ কৰিব '''ইয়াক উপলভ্য আৰু অনন্য হিচাপে প্ৰদান কৰে.''' আপুনি ল'গইন কৰাৰ পিছত সম্পাদনাই সেই নামটো আৰোপ কৰিব. ইয়াৰ অৰ্থ হ'ল এই ইতিহাস পৃষ্ঠাত আপোনাৰ অৱদানসমূহৰ কাৰণে সম্পূৰ্ণ যোগ্যতা লাভ কৰিলে (যেতিয়া ল'গইন নকৰিব, সম্পাদনাই আপোনাৰ কেৱল আই-পি ঠিকনাটোহে আৰোপ কৰে). আপুনি ইয়াৰোপৰি "মোৰ অৱদানসমুহ" লিংকত ক্লিক কৰি আপোনাৰ সকলো অৱদান চাব পাৰে, এয়া কেৱল আপুনি ল'গইন কৰাৰ পিছতহে দৃশ্যমান হ'ব.
 
আপোনাৰ নিজৰ পুৰণি স্থায়ী ''[[ৱিকিপেদিয়া:উপভোক্তা পৃষ্ঠা|উপভোক্তা পৃষ্ঠা]]'' থাকিব য'ত আপুনি আপোনাৰ বিষয়ে বহলভাৱে লিখিব পাৰে. যেতিয়া [[WP:NOT#WEBSPACE|ৱিকিপেদিয়া মুখ্যপৃষ্ঠা প্ৰদানকাৰী নহয়]], আপুনি ইয়াক কিছুমান ছবি প্ৰদৰ্শন আৰু আপোনাৰ অভিৰুচি আদি লিখাৰ বাবে ব্যৱহাৰ কৰিব পাৰে. বহুতো উপভোক্তাই তেওঁৰ উপভোক্তা পৃষ্ঠাটো তেওঁ ভাল পোৱা প্ৰৱন্ধৰ তালিকা ৰাখিবৰ বাবে বা ৱিকিপেদিয়াৰ পৰা মূল্যবান তথ্য সংগ্ৰহ কৰিবৰ বাবে ব্যৱহাৰ কৰে.
You will have your own permanent ''[[Wikipedia:User page|user page]]'' where you can write a bit about yourself. While [[WP:NOT#WEBSPACE|Wikipedia is not a homepage provider]], you can use this to display a few pictures, write about your hobbies, etc. Many users use their user page to maintain a list of the articles they are most proud of, or to collect other valuable information from Wikipedia.
 
আপোনাৰ স্থায়ী ''[[সহায়:কথা-বতৰা পৃষ্ঠা#উপভোক্তা কথা-বতৰা পৃষ্ঠা|উপভোক্তা কথা-বতৰা পৃষ্ঠা]]'' আছে. আপুনি অন্য
You will have a permanent ''[[Help:Talk page#User talk pages|user talk page]]'' you can use to communicate with other users. You will be notified whenever someone writes a message on your talk page. If you choose to give an e-mail address, other users will be able to contact you by e-mail. This feature is ''anonymous''; the user who emails you will not know your e-mail address.
উপভোক্তাৰ লগত যোগাযোগ কৰিব পাৰে. আপোনাৰ কথা-বতৰা পৃষ্ঠাত কোনোবাই বাৰ্তা লিখিলে আপোনাক দেখুওৱা হ'ব. যদি আপুনি এটা ই-মেইল ঠিকনা প্ৰছন্দ কৰে, অন্য উপভোক্তাই ই-মেইলৰ জড়িয়তে আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব. This feature is ''anonymous''; the user who emails you will not know your e-mail address.
 
===Reputation and privacy===