ৱিকিপিডিয়া:একাউণ্ট কিয় খুলিব লাগে?: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Anjal Borah (আলোচনা | বৰঙণি) |
Anjal Borah (আলোচনা | বৰঙণি) |
||
35 নং শাৰী:
==লাভালাভ বিস্তৃতভাৱে==
===উপভোক্তা নাম===
যদি আপুনি '''[এটা একাউণ্ট সৃষ্টি কৰে]''', আপুনি এটা [[ৱিকিপেদিয়া:উপভোক্তা নাম|উপভোক্তা নাম]] লাভ কৰিব '''ইয়াক উপলভ্য আৰু অনন্য হিচাপে প্ৰদান কৰে.''' আপুনি ল'গইন কৰাৰ পিছত সম্পাদনাই সেই নামটো আৰোপ কৰিব. ইয়াৰ অৰ্থ হ'ল এই ইতিহাস পৃষ্ঠাত আপোনাৰ অৱদানসমূহৰ কাৰণে সম্পূৰ্ণ যোগ্যতা লাভ কৰিলে (যেতিয়া ল'গইন নকৰিব, সম্পাদনাই আপোনাৰ কেৱল আই-পি ঠিকনাটোহে আৰোপ কৰে). আপুনি ইয়াৰোপৰি "মোৰ অৱদানসমুহ" লিংকত ক্লিক কৰি আপোনাৰ সকলো অৱদান চাব পাৰে, এয়া কেৱল আপুনি ল'গইন কৰাৰ পিছতহে দৃশ্যমান হ'ব.▼
▲এটা একাউণ্ট সৃষ্টি কৰে]''', আপুনি এটা [[ৱিকিপেদিয়া:উপভোক্তা নাম|উপভোক্তা নাম]] লাভ কৰিব '''ইয়াক উপলভ্য আৰু অনন্য হিচাপে প্ৰদান কৰে.''' আপুনি ল'গইন কৰাৰ পিছত সম্পাদনাই সেই নামটো আৰোপ কৰিব. ইয়াৰ অৰ্থ হ'ল এই ইতিহাস পৃষ্ঠাত আপোনাৰ অৱদানসমূহৰ কাৰণে সম্পূৰ্ণ যোগ্যতা লাভ কৰিলে (যেতিয়া ল'গইন নকৰিব, সম্পাদনাই আপোনাৰ কেৱল আই-পি ঠিকনাটোহে আৰোপ কৰে). আপুনি ইয়াৰোপৰি "মোৰ অৱদানসমুহ" লিংকত ক্লিক কৰি আপোনাৰ সকলো অৱদান চাব পাৰে, এয়া কেৱল আপুনি ল'গইন কৰাৰ পিছতহে দৃশ্যমান হ'ব.
আপোনাৰ নিজৰ পুৰণি স্থায়ী ''[[ৱিকিপেদিয়া:উপভোক্তা পৃষ্ঠা|উপভোক্তা পৃষ্ঠা]]'' থাকিব য'ত আপুনি আপোনাৰ বিষয়ে বহলভাৱে লিখিব পাৰে. যেতিয়া [[WP:NOT#WEBSPACE|ৱিকিপেদিয়া মুখ্যপৃষ্ঠা প্ৰদানকাৰী নহয়]], আপুনি ইয়াক কিছুমান ছবি প্ৰদৰ্শন আৰু আপোনাৰ অভিৰুচি আদি লিখাৰ বাবে ব্যৱহাৰ কৰিব পাৰে. বহুতো উপভোক্তাই তেওঁৰ উপভোক্তা পৃষ্ঠাটো তেওঁ ভাল পোৱা প্ৰৱন্ধৰ তালিকা ৰাখিবৰ বাবে বা ৱিকিপেদিয়াৰ পৰা মূল্যবান তথ্য সংগ্ৰহ কৰিবৰ বাবে ব্যৱহাৰ কৰে.
|