শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ''' (ইংৰাজী: Srimanta Sankaradeva Kalakshetra) গুৱাহ...
 
No edit summary
1 নং শাৰী:
'''শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ''' ([[ইংৰাজী]]: Srimanta Sankaradeva Kalakshetra) [[গুৱাহাটী]]ৰ [[পাঞ্জাবাৰী]]ত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ নামেৰে ৰখা হৈছে। [[অসমীয়া সংস্কৃতিৰসংস্কৃতি]]ৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থলে।কেন্দ্ৰস্থল। [[অসমৰ সংগীত]] জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি [[ভূপেন হাজৰিকা]]দেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে। <ref>http://www.kalakshetra-assam.gov.in/</ref>
 
==তথ্য সংগ্ৰহ==