চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

102 নং শাৰী:
 
===ডেউকা===
ডেউকা চৰাইৰ এটা প্ৰধান বৈশিষ্ট্য৷ ই চৰাইক উৰাত সহায় কৰে৷ তাৰোপৰি ডেউকাই চৰাইক প্ৰজনন কালত প্ৰদৰ্শন (display),পৰিৱেশত মিলি পৰাত (camouflage) আৰু যোগাযোগ (signaling) ত সহায় কৰে৷ <ref name="Gill"/> বেলেগ বেলেগ কাৰ্য্ডেয সমাধা কৰাৰ উদেশ্যে ডেউকাও ভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়৷ ডেউকা প্ৰকৃততে ছালৰে এটা বৃদ্ধি (epidermal growth) আৰু সেয়ে ই ছালৰ লগত লাগি থাকে৷ পাখিসমূহৰ বাহ্যিক গঠন আৰু সাজোনবিন্যাস (arrangement) ক [[plumage]] বুলি কোৱা হয় ৷ ই প্ৰজাতি আৰু লিংগ ভেদে বেলেগ বেলেগ হয়৷ <ref>{{Cite journal|last=Belthoff |first=James R. |date=1 August 1994|title=Plumage Variation, Plasma Steroids and Social Dominance in Male House Finches |journal=The Condor |volume=96 |issue=3 |pages=614–25 |doi=10.2307/1369464 |issn=00105422 |author2=Dufty, |author3=Gauthreaux,}}</ref> <ref>{{Cite web|last=Guthrie| first=R. Dale|title=How We Use and Show Our Social Organs |work=Body Hot Spots: The Anatomy of Human Social Organs and Behavior |url=http://employees.csbsju.edu/lmealey/hotspots/chapter03.htm |accessdate=19 October 2007| archiveurl = http://web.archive.org/web/20070621225459/http://employees.csbsju.edu/lmealey/hotspots/chapter03.htm| archivedate = 21 June 2007}}</ref>
 
==প্লুমেজ (Plumage)==
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে