চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পানী অংশৰ অনুবাদ
134 নং শাৰী:
 
===পৰিস্কাৰ পৰিচ্ছন্নতা===
চৰায়ে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে পাখিবোৰ তিয়াই গা-ধুৱে৷
A bird bathes by wetting its feathers using any of a variety of techniques.
* Wading- চৰাইটোৱে পানীত ৰৈ পাখিবোৰ জোকাৰি জোকাৰি পানীত তল-ওপৰ কৰি দিয়ে৷ লগতে ই বুকুখন পানীত লগাই মূৰেৰে পিছফাললৈ পানী ছটিয়াই দিয়ে৷ এই প্ৰক্ৰিয়াৰে সাধাৰণতে ৰবিন (Robin), থ্ৰাছ (thrush), ম'কিংবাৰ্ড (mockingbird) আদিয়ে গা ধুৱা দেখা যায়৷
* Wading involves birds standing in water and fluffing their feathers and flicking their wings in and out of the water. The birds also roll their breasts on the surfacing of the water and then flick their heads back in order to throw water on the feathers of the back. Robins, thrushes, mockingbirds, jays, and titmice have been observed to use this bathing technique.
* Dipping – Some birds dip into water during flight, wetting their wings. The tail is used to direct the spray of the water unto the back. Swifts and swallows have been observed to use this bathing technique.
* Some birds dart repeated into water, quickly immersing and rolling through the water. They vibrate their feathers after each dart. Chickadees, yellowthroats, wrens, buntings, and waterthrushes have displayed this bathing behavior.
* In areas where there is a scarcity of water, birds such as the wrentit, wet their feathers with the dew from vegetation.
* Especially in arid areas birds use dusting instead of water bathing. Birds rake the dust from the ground and then cast the dust over their bodies. The dust is also to settle on the feathers and then shaken off. Wrens, House Sparrows, Wrentits, larks have been observed to use dusting.
* Other birds perform a more passive form of bathing, extending their wings and tails during light drizzles so that their feathers are wet. Woodpeckers and nuthatches practice this method of bathing.
 
* Dipping – কিছুমান চৰায়ে পানীত বুৰ মাৰি গাটো তিয়ায়৷ ছুইফ্ট (Swift) আৰু শ্বুৱেল'(swallow) আদি চৰায়ে এনেদৰে গা ধুৱে৷
Birds bath or dust primarily as a means of maintaining their plumage. For some birds such as the quail, dusting has been found to help maintain optimal lubrication on feathers. The dust absorbs the excess oil, dry skin and excess debris. Dusting is perhaps also used to prevent or remove parasites.<ref name=bathing >{{Cite web |url= http://www.stanford.edu/group/stanfordbirds/text/essays/Bathing_and_Dusting.html |title=Bathing and Dusting |year=1988 |author= Paul R. Ehrlich, David S. Dobkin, and Darryl Wheye |accessdate=28 October 2012}}</ref>
 
* অন্য কিছুমান চৰায়ে আকৌ চোঁ মাৰি আহি বাৰে বাৰে পানীত ডুব দিয়ে৷ চ্ছিকাডি (Chickadees),ৰেন (wrens), বান্টিং (bunting) আদি চৰায়ে এই পদ্ধতি ব্যৱহাৰ কৰে৷
 
* পানীৰ অভাৱ থকা অঞ্চলত চৰায়ে যেনে ৰেন টিট (Wren Tit) আদিয়ে উদ্ভিদত লাগি ৰোৱা নিয়ৰেৰে পাখিবোৰ তিয়ায়৷
 
* অন্য শুকান ঠাই কিছুমানত চৰায়ে পানীৰ সলনি ধূলিৰেওগা ধুৱা দেখা যায়৷ যেনে-ঘৰচিৰিকা, লাৰ্ক আদি চৰাই ৷
 
* কিছুমান চৰায়ে আকৌ পাতলীয়া বৰষুণত ডেউকা আৰু নেজ মেলি দিও গা ধুৱে৷ কাঠোৰোকা (Woodpecker) আৰু নাটহেচ্চ (Nuthatches)ক সাধাৰণতে এনে কৰা দেখা যায়৷
 
চৰায়ে দেহৰ বৰণ আৰু পাখিসমূহ অক্ষত ৰাখিবৰ বাবেই প্ৰধানকৈ গা ধুৱে৷ ধূলিয়ে অপ্ৰয়োজনীয় তৈল পদাৰ্থ শুহি লয় আৰু মৰা ছাল বা বৰ্জনীয়া সামগ্ৰী আঁতৰোৱাত সহায় কৰে৷ তাৰোপৰি ধূলিয়ে পৰজীৱী প্ৰাণীকো আঁতৰায় বুলি ধাৰণা কৰা হয়৷ <ref name=bathing >{{Cite web |url= http://www.stanford.edu/group/stanfordbirds/text/essays/Bathing_and_Dusting.html |title=Bathing and Dusting |year=1988 |author= Paul R. Ehrlich, David S. Dobkin, and Darryl Wheye |accessdate=28 October 2012}}</ref>
 
===প্ৰব্ৰজন===
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে