চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
17 নং শাৰী:
And see text
}}
'''চৰাই'''ৰ ({{lang-en|Bird}}) বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী [[
আধুনিক চৰাই সমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল, ডেউকা, ঠোঁট, টান-খোলাৰ কণী পৰা, চাৰি-কোঠালিৰ হৃদযন্ত্ৰ তথা উচ্চ পাচন-হাৰ (
== ক্ৰমবিৱৰ্তন ==
জীৱাশ্ম আৰু জৈৱ প্ৰমাণ সমূহৰ আধাৰত বিজ্ঞানীসকলে প্ৰাচীন [[জুৰাচিক যুগ]]ৰ থেৰ’পড ([[:en: Theropod| Theropod]]) ডাইন’ছৰৰ পৰাই ক্ৰমান্বয়ে ৱিৱৰ্তন ঘটি চৰাইৰ উৎপত্তি হৈছে বুলি গণ্য কৰে৷ চৰাইৰ উৎপত্তি আজিৰ পৰা ১৫০-২০০ মিলিয়ন বছৰ আগতে হৈছে বুলি ঠাৱৰ কৰা হৈছে।
ফ্ৰান্সিছ উইলোগবী ([[:en:Francis Willughby| Francis Willughby]]) আৰু জন ৰে ([[:en:John Ray| John Ray]]) নামৰ বিজ্ঞানী দুগৰাকীয়ে পোনপ্ৰথমে ১৬৭৬ চনত “অৰ্নিথ’লজী’’(Ornithologiae) ত চৰাইৰ বৈজ্ঞানিক শ্ৰেণীবিভাজন আগবঢ়াইছিল <ref>{{Cite book|last=del Hoyo |first=Josep |coauthors=Andy Elliott and Jordi Sargatal |title=[[Handbook of Birds of the World]], Volume 1: Ostrich to Ducks |year=1992 |publisher=[[Lynx Edicions]] |location=Barcelona |isbn=84-87334-10-5}}</ref> কেৰ’লাছ লিনিয়াছ ([[:en:Carolus Linnaeus| Carolus Linnaeus]]) এ ১৭৫৮ চনত এই শ্ৰেণীবিভাজন সংশোধিত ৰূপত প্ৰকাশ কৰে ৷
আধনিক চৰাইসমূহ মূলত নিঅৰনিথিছ ([[:en:Neornithes| Neornithes]]) বিভাগটোৰ আন্তৰ্ভুক্ত, ইয়াৰে দুটা বিভাজন আছে ৷ পেলিঅগনেথি ([[:en:Palaeognathae| Palaeognathae]]), য’ত উৰিব নোৱাৰা চৰাইৰ প্ৰজাতি সমূহ অন্তৰ্ভুক্ত কৰা হৈছে , যেনে- ৰেটিটছ
== শ্ৰেণীবিভাজন ==
74 নং শাৰী:
[[চিত্ৰ:House sparrow04.jpg|thumb|left|মানুহৰ কাৰ্য-কলাপৰ ফলস্বৰূপে ঘৰচিৰিকাৰ বিতৰণ শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে <ref>{{Cite book|last=Newton |first=Ian|year=2003 |title=The Speciation and Biogeography of Birds |location=Amsterdam |publisher=Academic Press |isbn=0-12-517375-X|page=463}}</ref>]]
পূৰ্বতে ধাৰণা কৰা হৈছিল যে বিষুৱীয় অঞ্চলত এই বৈচিত্ৰতাৰ কাৰণ হ'ল তুলনামূলক ভাৱে বেছি [[:en:Speciation|speciation]] হাৰ: অৱশ্যে শেহতীয়া তথ্যই দেখুৱাইছে যে বিষুৱীয় অঞ্চলৰ উচ্চ অক্ষাংশৰ লগে লগে নতুন প্ৰজাতিৰ সৃষ্টিও বৃদ্ধি পায় আৰু সেয়ে বিলুপ্তিকৰণ ([[:en: Extinction| extinction]]) ৰ হাৰেও বৈচিত্ৰতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব নোৱাৰে৷<ref>{{Cite journal|last=Weir |first=Jason T. |month=March |year=2007 |title=The Latitudinal Gradient in Recent Speciation and Extinction Rates of Birds and Mammals |journal=[[Science (journal)|Science]] |volume=315 |issue=5818 |pages=1574–76 |doi=10.1126/science.1135590 |pmid=17363673 |issn=0036-8075 |last2=Schluter |first2=D}}</ref> এক বজন সংখ্যক চৰায়ে সাগৰতো বসবাসৰ বাবে নিজকে অভিযোজিত কৰি ল'ব পাৰিছে৷ আনকি কিছুমান সাগৰীয় চৰাইৰ প্ৰজাতি কেৱল প্ৰজননৰ বাবেহে পাৰলৈ আহে বুলি জনা যায়৷<ref name = "Burger">{{Cite book|last=Schreiber |first=Elizabeth Anne |coauthors=Joanna Burger |year=2001 |title=Biology of Marine Birds |location=Boca Raton |publisher=CRC Press |isbn=0-8493-9882-7|pages=}}</ref>
মানুহে সংস্থাপন (introduce) কৰা অনেক ঠাইতো নতুন প্ৰজাতি সমূহে প্ৰজনন কৰি আবাদী গঠন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে কিছুমান উদ্দেশ্যপূৰ্ণভাৱে কৰা হৈছে, যেনে -
== দৈহিক গঠন ==
90 নং শাৰী:
চৰাইৰ লাওখোলাৰ হাড়বোৰৰ ওজন খুব কম (lightweight)৷ ইহঁতৰ শ্বাসতন্ত্ৰত ডাঙৰ আকাৰৰ বায়ুপূৰ্ণ ছিদ্ৰ (air-filled cavities) থাকে যাক 'pneumatic cavities' বুলি কোৱা হয়৷ এই ছিদ্ৰসমূহ [[শ্বাসতন্ত্ৰ]]ৰ লগতসংযোজিত হৈ থাকে৷<ref>{{Cite web|last=Ehrlich |first=Paul R. |coauthors=David S. Dobkin, and Darryl Wheye |title=Adaptations for Flight |url=http://www.stanford.edu/group/stanfordbirds/text/essays/Adaptations.html |year=1988 |work=Birds of Stanford |publisher=[[Stanford University]] |accessdate=13 December 2007}} Based on The Birder's Handbook ([[Paul Ehrlich]], David Dobkin, and Darryl Wheye. 1988. Simon and Schuster, New York.)</ref>c পূৰ্ণবয়স্ক চৰাইৰ হাড় সমূহ fused আৰু [[cranial sutures]] নাথাকে৷ <ref name = "Gill">{{Cite book|last=Gill |first=Frank |year=1995 |title=Ornithology |publisher=WH Freeman and Co |loation=New York |isbn=0-7167-2415-4 |pages=}}</ref> ইয়াৰ ৰাজহাড় (vertebral column) ত চাৰ্ভিকেল (cervical),থ'ৰাচিক (thoracic), লুম্বাৰ (lumbar) আৰু ক'ডেল (caudal) অঞ্চল থাকে৷ ইয়াৰ cervical (neck) vertebrae অঞ্চল খুব পৰিবৰ্ত্তনশীল(variable) আৰু নমনীয় (flexible) হয়, কিন্তু anterior [[thoracic vertebrae]] অঞ্চলত নমনীয়তা কমি আহে৷ <ref>{{Cite news|title=The Avian Skeleton |url=http://www.paulnoll.com/Oregon/Birds/Avian-Skeleton.html |work=paulnoll.com | last=Noll | first=Paul |accessdate=13 December 2007}}</ref> উৰণত অক্ষম প্ৰজাতি সমূহৰ বাহিৰে অন্য চৰাইৰ প্ৰজাতিসমূহত কামিহাড় (ribs) চেপেটা আৰু [[sternum]] ই ডেউকাৰ মাংসপেশী (flight muscle) লগত সংযোজিত হৈ থাকে৷ চৰাইৰ আগঠেং দুটা ডেউকালৈ ৰূপান্তৰিত হৈছে৷<ref>{{Cite news|title=Skeleton of a typical bird |url=http://fsc.fernbank.edu/Birding/skeleton.htm |date= publisher|Fernbank Science Center|work=Fernbank Science Center's Ornithology Web |accessdate=13 December 2007}}</ref>
সৰীসৃপৰ দৰে চৰায়ো প্ৰধানকৈ ইউৰিক'টেলিক ([[:en: Uricotelic|uricotelic]]), অৰ্থাৎ ইয়াৰ বৃক্ক (kidney) নাইট্ৰজেনযুক্ত বৰ্জনীয় পদাৰ্থ সমূহ (nitrogenous waste) তেজৰ পৰা নিস্কাষণ কৰি ইউৰিয়া বা এমনিয়ামৰ সলনি [[ইউৰিক এচিড]] ৰ ৰূপত বৰ্জন কৰে৷ যদিও চৰাইৰ মূত্ৰাশয় ([[urinary bladder]]) আছে ইউৰিক এচিড বিষ্ঠাৰ লগতে বিসৰ্জিত হয় ৷ <ref>{{Cite web|last=Ehrlich |first=Paul R. |coauthors=David S. Dobkin, and Darryl Wheye |title=Drinking |url=http://www.stanford.edu/group/stanfordbirds/text/essays/Drinking.html |year=1988 |work=Birds of Stanford |publisher=Standford University |accessdate=13 December 2007}}</ref><ref>{{Cite journal|last=Tsahar |first=Ella |title=Can birds be ammonotelic? Nitrogen balance and excretion in two frugivores |journal=Journal of Experimental Biology |volume=208 |issue=6 |pages=1025–34 |year=2005 |pmid=15767304 |doi=10.1242/jeb.01495 |month= March|issn=0022-0949 |url=http://jeb.biologists.org/cgi/pmidlookup?view=long&pmid=15767304 |last2=Martínez Del Rio |first2=C |last3=Izhaki |first3=I |last4=Arad |first4=Z }}</ref><ref name=coprodeum>{{cite journal | doi= 10.1016/S1095-6433(03)00006-0 | last1= Skadhauge | first1= E | last2= Erlwanger | first2= KH | last3= Ruziwa | first3= SD | last4= Dantzer | first4= V | last5= Elbrønd | first5= VS | last6= Chamunorwa | first6= JP | title= Does the ostrich (''Struthio camelus'') coprodeum have the electrophysiological properties and microstructure of other birds? | journal= Comparative biochemistry and physiology. Part A, Molecular & integrative physiology | volume= 134 | issue= 4 | pages= 749–755 | year= 2003 | pmid = 12814783 }}</ref> অৱশ্যে [[হামিং বাৰ্ড]]ৰ দৰে কিছুমান চৰায়ে বৰ্জনীয় পদাৰ্থ সমূহ এমনিয়াৰ ৰূপতো বিসৰ্জন কৰাৰ তথ্য পোৱা যায় ৷ <ref>{{Cite journal|last=Preest |first=Marion R. |month=April |year=1997 |title=Ammonia excretion by hummingbirds |journal=Nature |volume=386 |issue= 6625|pages=561–62 |doi=10.1038/386561a0 |last2=Beuchat |first2=Carol A.}}</ref>স্তন্যপায়ী প্ৰাণীৰ দৰে ইহঁতে ক্ৰিয়েটিনিন ([[creatinine]])ৰ সলনি ক্ৰিয়েটিন ([[creatine]]) বিসৰ্জন কৰে৷ <ref name = "Gill"/> অন্যান্য বৰ্জিত পদাৰ্থ সমূহৰ লগতে ইও চৰাইৰ 'ক্লৱাকা' ([[cloaca]])ত উৎপত্তি হয়৷ <ref>{{Cite journal|last=Mora |first=J. |year=1965 |title=The regulation of urea-biosynthesis enzymes in vertebrates |journal=[[Biochemical Journal]] |volume=96 |pages=28–35 |pmid=14343146 |url=http://www.biochemj.org/bj/096/0028/0960028.pdf|format=PDF |month= July|issn=0264-6021 |last2=Martuscelli |first2=J |last3=Ortiz Pineda |first3=J |last4=Soberon |first4=G |pmc=1206904|issue=1}}</ref><ref>{{Cite journal|last=Packard |first=Gary C.|year=1966 |title=The Influence of Ambient Temperature and Aridity on Modes of Reproduction and Excretion of Amniote Vertebrates |journal=[[The American Naturalist]] |volume=100 |issue=916 |pages=667–82 |doi=10.1086/282459 |jstor=2459303}}</ref> বিষ্ঠা বিসৰ্জনৰ উপৰিও ক্লৱাকাই চৰাইৰ দেহত একাধিক কাৰ্য্য সমাধা কৰে, যেনে- প্ৰজনন আৰু কনী পৰাত ক্লৱাকা ব্যৱহৃত হয়৷<ref>{{Cite journal|last=Balgooyen |first=Thomas G. |date=1 October 1971|title=Pellet Regurgitation by Captive Sparrow Hawks (''Falco sparverius'') |journal=[[Condor (journal)|Condor]] |volume=73 |issue=3 |pages=382–85 |doi=10.2307/1365774 |url=http://elibrary.unm.edu/sora/Condor/files/issues/v073n03/p0382-p0385.pdf|format=PDF |issn=00105422 |jstor=1365774 }}</ref> চৰাইৰ পাচকতন্ত্ৰ ([[digestive system]])কেইবাটাও কাৰণত অদ্বিতীয়৷ ইয়াৰ দুটা অংশ থাকে৷ খাদ্যবস্তু সাঁচিবলৈ 'ক্ৰপ' (crop) আৰু ' গিজাৰ্ড' ([[gizzard]]) যি গিলি থোৱা সৰু শিলেৰে খাদ্যবস্তু গুড়ি কৰাৰ কাম কৰে৷ <ref>{{Cite journal|last=Gionfriddo |first=James P. |date=1 February 1995|title=Grit Use by House Sparrows: Effects of Diet and Grit Size |journal=Condor |volume=97 |issue=1 |pages=57–67 |doi=10.2307/1368983 |url=http://elibrary.unm.edu/sora/Condor/files/issues/v097n01/p0057-p0067.pdf|format=PDF |issn=00105422 |author2=Best}}</ref>প্ৰায়ভাগ চৰাইৰ প্ৰজাতিয়ে উৰাত সহায়ক হোৱাকৈ খাদ্যবস্তুৰ খৰতকীয়াকৈ হজম কৰাত পাৰ্গত৷<ref name = "Attenborough">{{Cite book|last=Attenborough |first=David |authorlink=David Attenborough |year=1998 |title=[[The Life of Birds]] |location=Princeton |publisher=Princeton University Press |isbn=0-691-01633-X|pages=}}</ref> প্ৰব্ৰজননৰ সময়ত প্ৰটিনৰ প্ৰয়োজন পূৰাব পৰাকৈ কিছুমান প্ৰব্ৰজনকাৰী চৰায়ে দেহৰ বিভিন্ন অংশ যেনে খাদ্যনলী আদিৰ পৰা প্ৰটিন ব্যৱহাৰ কৰিবলৈও বিশেষভাৱে অভিযোজিত হয়৷ <ref name = "Battley">{{Cite journal|last=Battley |first=Phil F. |month=January |year=2000 |title=Empirical evidence for differential organ reductions during trans-oceanic bird flight |journal=[[Proceedings of the Royal Society]] B |volume=267 |issue=1439 |pages=191–5 |doi=10.1098/rspb.2000.0986 |pmid=10687826 |issn=0962-8452 |last2=Piersma |first2=T |last3=Dietz |first3=MW |last4=Tang |first4=S |last5=Dekinga |first5=A |last6=Hulsman |first6=K |pmc=1690512}} (Erratum in ''Proceedings of the Royal Society B'' '''267'''(1461):2567.)</ref>
জীৱ-জন্তুৰ প্ৰজাতিসমূহৰ জটিল শ্বাসতন্ত্ৰ সমূহৰ ভিতৰত চৰাইৰ শ্বাসতন্ত্ৰও উল্লেখযোগ্য৷ <ref name = "Gill"/> শ্বাস লোৱাৰ সময়ত ৭৫% বায়ু হাওঁফাওঁৰ মাজেদি পাৰ হৈ হাড়ত থকা ছিদ্ৰসমূহ বায়ুপূৰ্ণ হৈ উঠে৷ বাকী ২৫% বায়ু হাওঁফাওঁলৈ যায়৷ নিশ্বাসত এই হাওঁফাওঁৰ বায়ুখিনি ওলাই যায় আৰু একেসময়তে ছিদ্ৰসমূহত সোমাই থকা বায়ুখিনি হাওঁফাওঁলৈ যায়৷ এই প্ৰক্ৰিয়াৰে চৰায়ে শ্বাস-প্ৰশ্বাসত একেৰাহে অক্সিজেন পাই থাকে৷ <ref>{{Cite journal|last=Maina |first=John N. |month=November |year=2006 |title=Development, structure, and function of a novel respiratory organ, the lung-air sac system of birds: to go where no other vertebrate has gone |journal=Biological Reviews |volume=81 |issue=4 |pages=545–79 |pmid=17038201 |doi=10.1017/S1464793106007111 |issn=1464-7931}}</ref> চিৰিংক্স (syrinx)ৰ সহায়ত চৰায়ে মাত উলিয়ায়৷ <ref name = "Suthers">{{Cite book|last=Suthers |first=Roderick A. |coauthors=Sue Anne Zollinger |chapter=Producing song: the vocal apparatus |editor=H. Philip Zeigler and Peter Marler (eds.) |year=2004 |title=Behavioral Neurobiology of Birdsong |series=Annals of the New York Academy of Sciences '''1016''' |location=New York |publisher=New York Academy of Sciences |isbn=1-57331-473-0 |pages=109–129 |doi=10.1196/annals.1298.041}} PMID 15313772</ref> চৰাইৰ কলিজাত স্তন্যপায়ীৰ দৰেই চাৰিটা কক্ষ থাকে৷ কিন্তু চৰাইৰ ক্ষেত্ৰত কলিজাৰ পৰা তেজ উলিয়াই নিয়া পধান সিৰা (arteries) সমূহ সোঁ [[aortic arches|aortic arch]]ৰ পৰা উৎপত্তি হয়৷ অন্যহাতে স্তন্যপায়ী প্ৰাণীৰ ই বাওঁ aortic arch ৰ পৰা উৎপত্তি হয়৷ <ref name = "Gill"/> স্তনয়পায়ী প্ৰাণীৰ পৰা ব্যতিক্ৰমী অন্য এটা বৈশিষ্ট্য হ'ল, চৰাইৰ দেহৰ লোহিত ৰক্ত কণিকা ([[red blood cells]]) বোৰৰ নিউক্লিয়াছ ([[cell nucleus|nucleus]]) থাকে৷ <ref>{{Cite journal|last=Scott |first=Robert B. |month=March |year=1966 |title=Comparative hematology: The phylogeny of the erythrocyte |journal=Annals of Hematology |volume=12 |issue=6 |pages=340–51 |doi=10.1007/BF01632827 |pmid=5325853 |issn=0006-5242}}</ref>
|