চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
19 নং শাৰী:
'''চৰাই'''ৰ ({{lang-en|Bird}}) বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী [[প্ৰাণী]]”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০ টা প্ৰজাতি, [[পৃথিৱী]]ৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা [[এন্টাৰ্কটিকা]]লৈক, বসবাস কৰা দেখা যায়। চৰাই জাতিৰ আকাৰ ২ ইঞ্চিৰ “[[হামিং বাৰ্ড]]” ৰ পৰা প্ৰায় ৯ ফুটৰ [[ঊট পক্ষী]]লৈকে হ'ব পাৰে।
 
আধুনিক চৰাই সমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল, ডেউকা, ঠোঁট, টান-খোলাৰ কণী পৰা, চাৰি-কোঠালিৰ হৃদযন্ত্ৰ তথা উচ্চ পাচন-হাৰ ([[:en:Metabolic rate | metabolic rate)৷ চৰাইৰ সকলো প্ৰজাতিৰে ডেউকা আছে৷ চৰাইৰ ডেউকা প্ৰকৃততে ইয়াৰ আগঠেঙৰ ৰূপান্তৰিত ৰূপ৷ উৰিব নোৱাৰা চৰাইৰ উদাহৰণ হ’ল, ৰেটিটছ ([[:en:Ratites|ratites]]), পেংগুইন ([[:en: Penguine |penguins]]) আৰু নানা দ্বীপবাসী চৰাই সমূহ৷ চৰাইৰ পাচন-যন্ত্ৰ তথা শ্বাসযন্ত্ৰও উৰিবৰ বাবে বিশষভাৱে ৰূপান্তৰিত হৈছে৷ চৰাইৰ বহুতো প্ৰাজাতিয়ে বহু দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি পৰিভ্ৰমণ কৰে৷ চৰাই সামাজিক জীৱ৷ নানা ধৰণৰ সংকেত তথা মাতেৰে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ স্হাপন কৰিব পাৰে৷
 
== ক্ৰমবিৱৰ্তন ==
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে