চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

153 নং শাৰী:
===প্ৰব্ৰজন===
 
বিশ্বৰ বিভিন্ন ঠাইত ঋতু অনুযায়ী হোৱা উষ্ণতাৰ পৰিৱৰ্তনৰ সুবিধা লৈ চৰায়ে খাদ্য আৰু প্ৰজননৰ ঠাইৰ সন্ধানত প্ৰব্ৰজন কৰে৷ চৰাইৰ প্ৰজাতি ভেদে এনে প্ৰব্ৰজননৰ ধৰণো বেলেগ বেলেগ হয়৷ বহুতো স্থলচৰ পক্ষী, সাগৰীয় আৰূ জলাশয় সমূহৰ চৰাই আদিয়ে বছৰেকত এবাৰ দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি প্ৰব্ৰজন কৰে৷ এই প্ৰক্ৰিয়া সাধাৰণতে দিনৰ দৈৰ্ঘ্য (length of daylight) আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে৷ এই চৰাইসমূহে প্ৰজননৰ সময়খিনি [[:en: Temperate|temperate]] বা উত্তৰ নাইবা দক্ষিণ গোলাৰ্ধ ([[:en:Arctic|arctic]]/[[:en:Antarctic| antarctic]])ত কটায় বাকী সময়ছোৱা বিষুৱীয় অঞ্চল ([[:en: Tropical|tropical]])ত অতিবাহিত কৰে৷ প্ৰব্ৰজনৰ আগে আগে চৰায়ে দেহৰ চৰ্বী (body fat) বৃদ্ধি কৰে আৰু কিছুমান অংগৰ আকাৰ হ্ৰাস কৰি তোলে৷ <ref name = "Battley"/><ref name = "Klaassen">{{Cite journal|last=Klaassen |first=Marc |coauthors= |date=1 January 1996|title=Metabolic constraints on long-distance migration in birds |journal=Journal of Experimental Biology |volume=199 |issue=1 |pages=57–64 |pmid=9317335 |url=http://jeb.biologists.org/cgi/reprint/199/1/57 |issn=0022-0949}}</ref> চৰায়ে অকণো জিৰণীজিৰণি নোলোৱাকৈ মৰুভূমি-সাগৰ সকলো পাৰ হৈ যাব লাগে বাবে প্ৰব্ৰজননৰ সময়ত যথেষ্ট শক্তিৰ প্ৰয়োজন হয়৷ স্থলচৰ চৰায়ে সাধাৰণতে ২৫০০ কি:মি: পৰ্যন্ত আৰু সাগৰীয় চৰায়ে ৪০০০ কি:মি: পৰ্যন্ত প্ৰব্ৰজন কৰিব পাৰে৷ <ref name=autogenerated1>{{Cite book|last=Gill |first=Frank |year=1995 |title=Ornithology |edition=2nd |location=New York |publisher=W.H. Freeman |isbn=0-7167-2415-4|pages=}}</ref>৷ অৱশ্যে [[:en: Bar-tailed Godwit|Bar-tailed Godwit]] নামৰ চৰাইবিধে একেৰাহে ১০২০০ কি:মি: পৰ্যন্ত প্ৰব্ৰজন কৰাত সক্ষম৷ <ref>{{Cite news|title=Long-distance Godwit sets new record |url=http://www.birdlife.org/news/news/2007/04/bar-tailed_godwit_journey.html |date=4 May 2007 |publisher=[[BirdLife International]] |accessdate=13 December 2007}}</ref> সাগৰীয় চৰাই সমূহৰ ভিতৰত শ্বুটি শ্বিয়েৰৱাটাৰ ([[:en:Sooty Shearwater|Sooty Shearwater]]) নামৰ চৰাইবিধে সৰ্বাধিক দুৰত্ব অতিক্ৰম কৰে৷ ই [[নিউজিলেণ্ড]] আৰু [[চিলি]] (Chile) ত বাহ সাজি পোৱালিজগায় আৰু গ্ৰীষ্মকালটো [[জাপান]], [[আলাস্কা]] আৰু [[কেলিফৰ্ণিয়া]]ত অতিবাহিত কৰে৷ এনেদৰে বছৰেকত ই প্ৰায় ৬৪০০০ কি: মি: পৰ্যন্ত প্ৰব্ৰজন কৰে৷ <ref>{{Cite journal|last=Shaffer |first=Scott A. |year=2006 |title=Migratory shearwaters integrate oceanic resources across the Pacific Ocean in an endless summer |journal=Proceedings of the National Academy of Sciences |volume=103 |issue=34 |pages=12799–802 |doi=10.1073/pnas.0603715103 |pmid= 16908846 |month= August|issn=0027-8424 |url=http://www.pnas.org/cgi/pmidlookup?view=long&pmid=16908846 |last2=Tremblay |first2=Y |last3=Weimerskirch |first3=H |last4=Scott |first4=D |last5=Thompson |first5=DR |last6=Sagar |first6=PM |last7=Moller |first7=H |last8=Taylor |first8=GA |last9=Foley |first9=DG |pmc=1568927}}</ref>
 
[[File:Bar-tailed Godwit migration.jpg|alt= A map of the Pacific Ocean with several coloured lines representing bird routes running from New Zealand to Korea|thumb|left| কৃত্ৰিম উপগ্ৰহৰ সহায়ত পোৱা বাৰ-টেইলড গডউইত (Bar-tailed Godwit)ৰ প্ৰব্ৰজননৰ পথৰেখা ৷ এইবিধ চৰায়ে ক'তো জিৰণি নোলোৱাকৈ সৰ্বোচ্চ দুৰত্ব অতিক্ৰম কৰে বুলি জনা যায়]]
 
কিছূমান চৰায়ে কেৱল বেয়া বতৰ বা খাদ্যৰ অভাৱ পূৰাব পৰাকৈ প্ৰয়োজন হোৱা দুৰত্বহে অতিক্ৰম কৰে৷ উদাহৰণ স্বৰূপে ফিন্স ([[:en:Finch| Finch) জাতীয় চৰায়ে খাদ্যৰ সন্ধানত বেলেগ ঠাইলৈ প্ৰব্ৰজন কৰে৷ <ref>{{Cite journal|last=Wilson |first=W. Herbert, Jr. |year=1999 |title=Bird feeding and irruptions of northern finches:are migrations short stopped? |journal=North America Bird Bander |volume=24 |issue=4|pages=113–21 |url=http://elibrary.unm.edu/sora/NABB/v024n04/p0113-p0121.pdf|format=PDF}}</ref>কিছূমান চৰায়ে ইয়াৰ বিতৰণ (range) পৰিসৰতে চুটিকৈচমূকৈ প্ৰব্ৰজন কৰে৷ অন্য কিছুমান চৰাইৰ ক্সত্ৰত আংশিক প্ৰব্ৰজনো দেখা যায়৷ অৰ্থাৎ কেৱল মাইকী আৰু তলতীয়া মতা (subdominant male) চৰায়ে প্ৰব্ৰজন কৰৈ৷কৰে৷ <ref>{{Cite journal|last=Nilsson |first=Anna L. K. |year=2006 |title=Do partial and regular migrants differ in their responses to weather? |journal=The Auk |volume=123 |issue=2 |pages=537–47 |url=http://findarticles.com/p/articles/mi_qa3793/is_200604/ai_n16410121|doi=10.1642/0004-8038(2006)123[537:DPARMD]2.0.CO;2 |last2=Alerstam |first2=Thomas |last3=Nilsson |first3=Jan-Åke|issn=0004-8038}}</ref> আকৌ সাগৰ-পৃষঠৰ পৰা উচ্চতাৰ ভিত্তিতো চৰায়ে প্ৰব্ৰজন কৰে৷ এইক্ষেত্ৰত চৰায়ে সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা বেছি উচ্চতাত প্ৰজনন কৰে আৰু তাৰ পিছত তললৈ নামি আহে৷ এইধৰণৰ প্ৰব্ৰজন সাধাৰণতে উষ্ণতাৰ পৰিৱৰ্তন আৰু খাদ্যৰ উপলভ্যতাৰ ভিত্তিত হয়৷<ref>{{Cite journal|last=Rabenold |first=Kerry N. |year=1985 |title=Variation in Altitudinal Migration, Winter Segregation, and Site Tenacity in two subspecies of Dark-eyed Juncos in the southern Appalachians |journal=The Auk|volume=102 |issue=4 |pages=805–19 |url=http://elibrary.unm.edu/sora/Auk/v102n04/p0805-p0819.pdf|format=PDF}}</ref>
 
চৰায়ে প্ৰব্ৰজনৰ পিছত পুনৰ একেখন ঠাইলৈকে উভতি অহাৰ ক্ষমতা পৰীক্ষা কৰিবলৈ১৯৫০ চনত [[বষ্টন]]ত [[Manx Shearwater]] নামৰ চৰাইবিধ মুকলি কৰি দিয়া হৈছিল৷ ১৩ দিনৰ ভিতৰতে ইহঁতে ৫১৫০ কি: মি: অতিক্ৰম কৰি পূৰ্বৰ বাসস্থান [[ৱেলছ]] ([[:en: Wales|Wales]]) লৈ উভতি আহে৷ <ref>{{Cite journal|last=Matthews |first=G. V. T. |date=1 September 1953|title=Navigation in the Manx Shearwater |journal=Journal of Experimental Biology |volume=30 |issue=2 |pages=370–96 |url=http://jeb.biologists.org/cgi/reprint/30/3/370 }}</ref> বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে প্ৰব্ৰজননৰ সময়ত চৰায়ে দিক নিৰ্ণয় (Navigation) কৰে৷ দিনৰ ভাগত কৰা প্ৰব্ৰজননত সূৰ্যক ব্যৱহাৰ কৰি প্ৰায়ভাগ চৰায়ে দিক-নিৰ্ণয় কৰে৷ ৰাতিৰ সময়ত stellar compass ৰ সহায় লয়৷ <ref name = "Gill"/> <ref>{{Cite journal|last=Mouritsen |first=Henrik |date=15 November 2001|title=Migrating songbirds tested in computer-controlled Emlen funnels use stellar cues for a time-independent compass |journal=Journal of Experimental Biology |volume=204 |issue=8 |pages=3855–65 |pmid= 11807103 |url=http://jeb.biologists.org/cgi/content/full/204/22/3855 |issn=0022-0949 |author2=L}}</ref>
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে