অশোক স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
 
==অবয়ৱ==
অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিচফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে । একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীর্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে । এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্রতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোৰাঁ , এটা ষাঁড় গৰু আৰু এটা সিংহ । চাৰিটা চক্রই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে । এই চক্রৰ নাম অশোক চক্র বা ধর্ম চক্র । ২৪ ডাল দাণ্ডি থকা অশোক চক্রই ভাৰতৰ ৰাষ্ট্রীয় পতাকাতো ঠাই পাইছে । ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্রৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দর্শনৰ ২৪টা আর্দশক বুজায় ।
অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিচফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে ।