অভিযন্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা /অভিযন্তাৰ পৰা অভিযন্তা (Engineer)লৈ Msahariaয়ে স্থানান্তৰ কৰিলে
No edit summary
11 নং শাৰী:
| related_occupation= [[বৈজ্ঞানীক]], [[স্থাপত্যবিদ]], [[প্ৰকল্প পৰিচালক]]
}}
 
 
যিজন ব্যক্তিৰ [[অভিযান্ত্ৰিক বিদ্যা]]ৰ ব্যৱহাৰিক জ্ঞান আছে আৰু বৈজ্ঞানীক জ্ঞান, গণিত আৰু মানসিক কৌশলৰ সহায় লৈ কাৰিকৰী,সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ লগত জড়িত, তেওঁক অভিযন্তা (ইঞ্জিনিয়াৰ) বোলা হয়। অভিযন্তাই নিৰাপত্তা, আৰ্থিক আৰু বস্তুগত গুৰুত্ব বিবেচনা কৰি সামগ্ৰী,আকৃতি আৰু প্ৰণালী ৰূপাঙ্কণ কৰে । <ref name="bls">{{cite web |author=[[Bureau of Labor Statistics]], U.S. Department of Labor |title=Engineers |work=Occupational Outlook Handbook, 2006-07 Edition |url=http://www.bls.gov/oco/ocos027.htm|accessdate=2006-09-21 |year=2006}}</ref><ref name="nspe"/> 'ইঞ্জিনিয়াৰ' শব্দটোৰ উৎস [[লাতিন]] ভাষাৰ ''ingeniare'' ("to contrive, devise") and''ingenium'' ("cleverness") শব্দটোত পোৱা যায় । <ref>Oxford Concise Dictionary, 1995</ref><ref>"engineer". Oxford Dictionaries. April 2010. Oxford Dictionaries. April 2010. Oxford University Press. 22 October 2011</ref>
"https://as.wikipedia.org/wiki/অভিযন্তা"ৰ পৰা অনা হৈছে