চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
186 নং শাৰী:
চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত ৯৫% চৰায়ে একগামী (monogamous)৷ প্ৰজাতি ভেদে চৰায়ে প্ৰায়ে প্ৰজনন কালছোৱা, কেতিয়াবা কেইবাবছৰলৈ আৰু কোনো কোনো ক্ষেত্ৰত মৃত্যু পৰ্যন্ত যোৰা পাতি থাকে৷ <ref>{{Cite journal|last=Freed|first=Leonard A.|year=1987|title=The Long-Term Pair Bond of Tropical House Wrens: Advantage or Constraint?|journal=[[The American Naturalist]]|volume=130|issue=4|pages=507–25|doi=10.1086/284728}}</ref> একগামীতাই মাক-দেউতাকৰ যত্নৰ নিশ্চিতি দিয়ে৷<ref>{{Cite journal|last=Gowaty|first=Patricia A.|title=Male Parental Care and Apparent Monogamy among Eastern Bluebirds (''Sialia sialis'')|journal=[[The American Naturalist]]|volume=121|issue=2|pages=149–60|year=1983|doi=10.1086/284047}}</ref>
অন্যান্য বংশবৃদ্ধিৰ প্ৰক্ৰিয়া (mating systems) সমূহ হ'ল, পলিগাইনি ([[:en:Polygyny|polygyny]]), পলিএন্ড্ৰি ([[:en:Polyandry|polyandry]]), পলিগেমী ([[:en:Polygamy|polygamy]]), পলিগাইনেন্ড্ৰি ([[:en: Polygynandry|polygynandry]]) আৰু [[:en:Promiscuity|promiscuity]] ইত্যাদি৷ <ref name = "Gill"/>
প্ৰজননৰ সময়ত প্ৰধানকৈ মতা চৰাইটোৱে বিভিন্ন ধৰণৰ প্ৰদৰ্ষণ (courtship display) কৰে৷ <ref>{{Cite book|last=Short|first=Lester L.|year=1993|title=Birds of the World and their Behavior|publisher=Henry Holt and Co|location=New York|isbn=0-8050-1952-9}}</ref> প্ৰায়বোৰ এনে প্ৰদৰ্শন সাধাৰণতে চৰাইৰ গান বা বিশেষ মাত , নাচোন, উৰন্ত অৱস্থাত কৰা ডেউকাৰ কৌশল আদিৰ মাধ্যমত হয়৷ মাইকী চৰায়ে এনে প্ৰদৰ্শন সমূহৰ ভিত্তিত পছন্দৰ মতা চৰাইটো নিজৰ লগৰীয়া হিচাপে বাচনি কৰে৷ <ref>{{Cite book|last=Burton|first=R|year=1985|title=Bird Behavior|publisher=Alfred A. Knopf, Inc|isbn=0-394-53957-5}}</ref>
====বাহ সজা আৰু উমনি====
|