শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Stub tag
en wiki link
1 নং শাৰী:
{{Assam stub}}
{{coord|26.1306|N|91.8224|E|display=title}}
{{Infobox Museum
| name = শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
| image = Gatway of Kalakhetra, Guwahati, Assam.jpg
| imagesize = 200px
| map_type =
| map_caption =
| latitude = 26.1306
| longitude = 91.8224
| established = 1996
| dissolved =
| location = [[গুৱাহাটী]], [[অসম]], [[ভাৰত]]
| type =
| visitors =
| director =
| curator =
| publictransit =
|
}}
'''শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ''' ([[ইংৰাজী]]: Srimanta Sankaradeva Kalakshetra) [[গুৱাহাটী]]ৰ [[পাঞ্জাবাৰী]]ত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ নামেৰে ৰখা হৈছে। [[অসমীয়া সংস্কৃতি]]ৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। [[অসমৰ সংগীত]] জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি [[ভূপেন হাজৰিকা]]দেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে। <ref>http://www.kalakshetra-assam.gov.in/</ref>
 
Line 7 ⟶ 26:
[[শ্ৰেণী:অসমৰ পৰ্যটনস্থলী]]
[[শ্ৰেণী:অসমৰ সংগ্ৰহালয়]]
[[en:Srimanta Sankaradeva Kalakshetra]]