চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
215 নং শাৰী:
[[File:Reed warbler cuckoo.jpg|thumb|upright|right|alt= Small brown bird places an insect in the bill of much larger grey bird in nest| ৰিড ৱাৰ্বলাৰ ([[:en:Reed Warbler|Reed Warbler]] নামৰ চৰাইবিধে উমনি পৰাজীৱী কেতেকী চৰাই ([[:en:Common Cuckoo|Common Cuckoo]])ৰ এটা পোৱালী ডাঙৰ কৰিছে]]
 
উমনি পৰজীৱিতা ([[:en:Brood parasitism|Brood parasitism]]) নামৰ পৰিঘটনাটোপৰিঘটনাতো বহুতোযথেষ্ট সংখ্যক চৰাইৰ কএত্ৰতক্ষেত্ৰত দেখা যায়৷ এই ক্ষেত্ৰতএনে চৰায়ে আন প্ৰজাতিৰ চৰাইৰ বাহত কণী পাৰে আৰু আনৰ হতুৱাই পোৱালীক ডাঙৰ কৰোৱায়৷ <ref name = "brood">Davies N (2000). ''Cuckoos, Cowbirds and other Cheats''. [[T. & A. D. Poyser]]: London ISBN 0-85661-135-2</ref> যাৰ বাহত উমনী পৰজীৱীয়ে কণী পাৰে সেই চৰাইটোৱে কণীটো চিনিব নোৱাৰি নিজৰ আনবোৰ কণীৰ দৰেই উমনি দিয়ে৷ উমনি পৰজীৱীতা দেখা পোৱাৰ প্ৰধান কাৰণ বোৰৰ ভিতৰত নিজে বাহ সাজি কণী উমনি দিয়াত অক্ষমতা, আনৰ বাহতো পোৱালী জগাই প্ৰজনন অধিক সফল কৰাৰ উদেশ্য হ'ব পাৰে৷ <ref>{{cite journal | doi = 10.1093/beheco/8.2.153 | last1 = Sorenson | first1 = M | year = 1997 | title = Effects of intra- and interspecific brood parasitism on a precocial host, the canvasback, ''Aythya valisineria'' | url = http://beheco.oxfordjournals.org/cgi/reprint/8/2/153.pdf | journal = Behavioral Ecology | volume = 8 | issue = 2| pages = 153–61 }}</ref> উমনী পৰজীৱীসমূহৰ ভিতৰত কুলি চৰায়ে আটাইতকৈ বেছি জনাজাত যদিও এনে এশৰো অধিক প্ৰজাতি পোৱা যায়৷ <ref name = "brood"/>
 
== মানৱ সমাজত গুৰুত্ব ==
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে