অশোক স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
র -> ৰ
1 নং শাৰী:
'''অশোক স্তম্ভ''' ({{lang-en|Emblem of India}}) সম্রাটসম্ৰাট [[অশোক|অশোকে]] [[উত্তৰ প্রদেশপ্ৰদেশ]]ৰ সাৰনাথত নির্মাণনিৰ্মাণ কৰোৱা প্রসিদ্ধপ্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীর্ষতস্তম্ভশীৰ্ষত থকা যৌথ 'সিংহমূর্ত্তিসিংহমূৰ্ত্তি'। স্তম্ভটোৰ শীর্ষতশীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূর্ত্তিমূৰ্ত্তি আছে। এই শিলৰ মূর্ত্তিটোকেমূৰ্ত্তিটোকে [[ভাৰত]]ৰ ৰাষ্ট্রীয়ৰাষ্ট্ৰীয় প্রতীকৰূপেপ্ৰতীকৰূপে গ্রহণগ্ৰহণ কৰা হৈছে।<ref name=ki>http://www.india.gov.in/knowindia/national_symbols.php?id=9 State Emblem, Know India india.gov.in</ref>
[[File:India 1947 Ashoka Lions 1 and half annas.jpg|thumb|right|200px|ডাক টিকটত অশোক স্তম্ভ]]
==অবয়ৱ==
অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিছফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে। একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীর্ষতশীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে।<ref>{{ cite web | url = http://mha.nic.in/pdfs/STATE_EMBLEM_ACT2005.pdf | format=PDF |title = The State Emblem Of India (Prohibition Of Improper Use) Act, 2005 | date = 2005-12-20 | accessdate = 2012-04-15 | page = 4}}</ref> এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্রতিষ্ঠিতপ্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্রইচক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্রৰচক্ৰৰ নাম ''অশোক চক্রচক্ৰ'' বা ''ধর্মধৰ্ম চক্রচক্ৰ''। ২৪ ডাল দাণ্ডি থকা অশোক চক্রইচক্ৰই [[ভাৰতৰ জাতীয় পতাকা]]তো ঠাই পাইছে। ভাৰতৰ ৰাষ্ট্রীয়ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্রৰচক্ৰৰ ২৪ ডাল দাণ্ডিয়ে [[বৌদ্ধ ধৰ্ম|বৌদ্ধ]] দর্শনৰদৰ্শনৰ ২৪টা আদৰ্শক বুজায়।
 
==ইতিহাস==
সম্রাটসম্ৰাট অশোকে নিজৰ বৌদ্ধ ধর্মাৱলম্বীধৰ্মাৱলম্বী পত্নী সম্রাজ্ঞীসম্ৰাজ্ঞী বিদিশা দেৱীৰ পৰামর্শক্রমেপৰামৰ্শক্ৰমে সাৰনাথৰ যিখন ঠাইত [[গৌতম বুদ্ধ]]ই প্রথমপ্ৰথম দীক্ষা দিছিল তাক যুগমীয়া কৰা তথা চিহ্নিত কৰাৰ উদ্দ্যেশ্যৰে ঠাইডোখৰত স্তম্ভ স্থাপন কৰাৰ লগতে বৌদ্ধ সংঘ প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰিছিল।
 
১৯০৫ চনত পুৰাতত্ব বিভাগৰ খননত এই অশোক স্তম্ভটো উদ্ধাৰ হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্রীয়ৰাষ্ট্ৰীয় প্রতীকৰূপেপ্ৰতীকৰূপে গ্রহণগ্ৰহণ কৰে।<ref name=ki /> প্রতীকটোতপ্ৰতীকটোত সিংহ তিনিটাৰ উপৰিও তলৰ সোমাজত অশোক চক্রচক্ৰ; চক্রটোৰচক্ৰটোৰ সোঁফালে এটা ষাঁড়আৰু বাওঁফালে এটা ঘোঁৰা দেখা যায় । ৰাষ্ট্রীয়ৰাষ্ট্ৰীয় প্রতীকটোতপ্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত [[মুণ্ডক উপনিষদ]]ৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয় )<ref>{{ cite web | url = http://rajyasabha.nic.in/book2/reports/home_aff/116threport.htm | title = Rajya Sabha Parliamentary Standing Committee On Home Affairs: 116th Report on The State Emblem Of India (Prohibition Of Improper Use) Bill, 2004}}{{404|date = April 2012}}</ref> কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে।<ref>{{cite court|litigants=Kamal Dey v. Union of India and State of West Bengal| court= Calcutta High Court | url = http://mha.nic.in/pdfs/WP-No.32027W.pdf| format = PDF | date = 2011-07-14 | page = 1 | accessdate = 2012-04-16 }}</ref>
 
মূল অশোক স্তম্ভটোক সাৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা হৈছে । ইয়াৰ উচ্চতা ২ মিটাৰৰো অধিক ।
 
ভাৰত চৰকাৰে প্রতীকৰূপেপ্ৰতীকৰূপে ব্যৱহাৰ কৰা এই স্তম্ভটো কেন্দ্রীয়কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।
 
== তথ্যৰ উৎস ==