সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক ৷ কোনো এটা প্ৰশ্নৰ উত্...
(কোনো পাৰ্থক্য নাই)

11:35, 7 August 2008ৰ সংস্কৰণ

সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক ৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকিয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয় ৷ সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায় ৷ সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় ৷