সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
<big>''' সাঁথৰ - Assamese Riddle '''</big>
 
সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক ৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকিয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয় ৷ সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায় ৷ সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় ৷ ইয়াক ইংৰাজী ভাষাৰ [http://en.wikipedia.org/wiki/Riddle| Riddle] -অৰ লগত তুলনা কৰিব পাৰি।
"https://as.wikipedia.org/wiki/সাঁথৰ"ৰ পৰা অনা হৈছে