ভেকুলী বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:অসমৰ লোক-সংস্কৃতি যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
{{Assam stub}}
[[অসম]] মূলত: কৃষি প্ৰধান দেশ। [[কৃষি]]ৰ বাবে [[পানী]] লাগে আৰু কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। বৰষুণে সেই পানী যোগান ধৰে। কিন্তু মনুহে আশাকৰা মতেই সদায় প্ৰকৃতিৰ পানী নাপায়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয়। পানীৰ অভাৱত পথাৰে চিৰাল ফাত দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুস্ত কৰিবলৈ কিছুমান অনুষ্ঠান আদি পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। লোকবিশ্বাস মতে ভেকুলীৰ [[বিয়া]] পতিলে খৰাং বতৰতো বৰষুণ দিয়ে। '''ভেকুলী বিয়া''' প্ৰধানত: [[ভাৰত]] আৰু [[নেপাল]]ত প্ৰচলিত এক [[পৰম্পৰা]]।
[[Image:frog marriage.jpg|thumb|right|200px|<center>ভেকুলী বিয়া<center>]]
Line 8 ⟶ 9:
বৰষুণ দিয়ে ভেকুলীয়ে টোৰটোৰালে, চুক ভেকুলীৰ টোৰটোৰণি বতৰৰ আগলি বতৰা বুলি মানুহে বিশ্বাস কৰে। ড. লীলা গগৈদেৱৰ মতে, ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে সেইবাবে আদিম মনৰ মানুহে ভেকুলী আৰু ইন্দ্ৰ দেৱতাৰ সম্পৰ্ক বিচাৰি পাইছিল। বৰষুণ কামনা কৰি জনোৱা প্ৰাৰ্থনা [[অথৰ্ব বেদ]]তো পোৱা যায়<ref>[http://enajori.com/folk-culture/traditions/ এনাজৰী ডট কম]</ref><ref>[http://latimesblogs.latimes.com/unleashed/2009/07/indian-villagers-perform-frog-wedding-to-combat-rain-shortage.html/ Times of India]</ref>। ভেকুলীৰ প্ৰাৰ্থনা জনোৱা হয় এনেদৰে-
 
<center><poem>
ভেকুলীৰ বিয়ালৈ
 
আহে ইন্দ্ৰদেৱে
 
বতাহ বৰষুণত তিতি
 
স্বৰ্গৰ অপেচৰী
 
নামি আহিছে
 
ভেকুলীৰ বিয়া
শুনি।</poem></center>
 
শুনি।</center>
 
 
 
{{stub}}
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* {{Youtube|YO-NgYU6ldA}}
* {{Youtube|H3zt6qf-0qQ}}
 
{{অসমৰ লোক-সংস্কৃতি}}
[[শ্ৰেণী:ভাৰতৰ উৎসৱসমূহ|*]]
[[শ্ৰেণী:অসমৰ উৎসৱসমূহ]]