প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
সম্পাদনা জাননী বিলোপ (বহুদিন কাম হোৱা নাই)
1 নং শাৰী:
{{বিস্তাৰ}}
{{Under construction}}
{{unreferenced}}
 
[[File:Canon ir2270.jpg|thumb|স্কেন, ফ'টোকপি আৰু প্ৰিন্ট কৰিব পৰা সুবিধাৰে এটা আধুনিক প্ৰিন্টাৰ]]
'''প্ৰিন্টাৰ''' হ'ল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্ষিত [[ডেটা]] যেনে নথি-পত্ৰ বা চিত্ৰ আদি কাগজ আদিৰ দৰে স্থায়ী ছপা মধ্যমত ছপা কৰা এবিধ সজুলি বা যন্ত্ৰ। সাধাৰণতে বেছিভাগ প্ৰিন্টাৰকেই একোডাল প্ৰিন্টাৰ কেবলৰ (LPT) সহায়ত এটা কম্পিউটাৰৰ লগত সংযোগ কৰা হয় যদিও সম্প্ৰতি বজাৰত পোৱা নতুন প্ৰিন্টাৰসমূহক কম্পিউটাৰৰ লগত সংযোগ কৰিবলৈ একোডাল [[ইউ এছ বি]](USB) ডেটা কেৱল ব্যৱহাৰ কৰা হয় আৰু ই নিজৰটোৰ লগতে আন কেবাটাও কম্পিউটাৰক সেৱা আগবঢ়াব পাৰে। কিছুমান প্ৰিন্টাৰক '''নেটৱৰ্ক প্ৰিন্টাৰ''' বুলি কোৱা হয়, ইহতৰ নিজাকৈ নেটৱৰ্কৰ লগত সংযুক্ত হ'ব পৰা সজুলি যেনে [[নেটৱৰ্ক ইন্টাৰফেচ কাৰ্ড]](NIC) বা [[ইথাৰনেট কাৰ্ড]] আদি মজুত থাকে আৰু ইহতে এটা কম্পিউটাৰ নেটৱৰ্কত সম্পুৰ্ণ অকলশৰীয়া ন'ড(Node) হিচাপে কাম কৰিব পাৰে। সম্প্ৰতি উপলব্ধ আধুনিক প্ৰিন্টাৰ সমূহৰ বেছিভাগতেই [[মেম'ৰী কাৰ্ড]](Memory Card), ডিজিটেল কেমেৰা, স্কেনাৰ আদিৰ লগত পোনপটীয়া ভাৱে সংযোগ কৰিব পৰা সুবিধা থাকে, আনকি কিছুমান প্ৰিন্টাৰত [[স্কেনাৰ]] আৰু [[ফেক্স]] মেছিন সংযুক্ত হৈয়ে থাকে আৰু ইয়াক ফ'টোকপি কৰা মেছিন হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়।
10 নং শাৰী:
প্ৰিন্টাৰৰ অনুকৰণ কৰিব পৰা [[চফ্টৱেৰ|চফ্টৱেৰো]] আছে, যাক সাধাৰণতে প্ৰিন্ট কৰিবলগীয়া ডেটাসমূহ প্ৰিন্টাৰলৈ চিধা নপঠাই [[ফাইল চিষ্টেম (কম্পিউটাৰ)|PDF (Portable Document Format)]], [[ফাইল চিষ্টেম (কম্পিউটাৰ)|প'ষ্টস্ক্ৰিপ্ত (PS)]] আদি বিভিন্ন ৰূপত পাচত স্ক্ৰীনত পঢ়িবলৈ বা যিকোনো প্ৰিন্টাৰতে প্ৰিন্ট কৰিবলৈ সুবিধা হোৱাকৈ সাঁচি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।
 
[[শ্ৰেণী:কম্পিউটাৰ হাৰ্ডৱেৰ]]
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:কম্পিউটাৰ হাৰ্ডৱেৰ]]
[[en:Printer (computing)]]