অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

22 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
[[যোৰহাট]]ত জন্মগ্রহণ কৰা পূজাৰীয়ে [[দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালমহাবিদ্যালয়]]ত স্নাতক মহলাত অধ্যয়ণ কৰিছিল। [[#Dibrugarh University|ডিব্রুগড় বিশ্ববিদ্যালয়]]ত তেওঁ [[সমাজশাস্ত্র]] বিষয়ত অধ্যয়ণ কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আর্টছ এণ্ড মেনেজমেন্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্রম গ্রহণ কৰে। পিছলৈ তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্র, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আর্ট এণ্ড ফিল্ম এপ্রিছিয়েছন পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰে।<ref name="ketherina">[[কেথেৰিণাৰ সৈতে এটা নির্জন দুপৰীয়া]], অনুৰাধা শর্মা পূজাৰী। বেটুপাতৰ দ্বিতীয় পৃষ্ঠা। isbn :81-7339-460-1</ref> [[অসম বাণী]] কাকতত প্রকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্রথমখন উপন্যাস [[হৃদয় এক বিজ্ঞাপন]]ৰ যোগেদি তেওঁ ক্রমাত্‍ জনপ্রিয়তা লাভ কৰে। <ref>[http://www.assamtribune.com/aug2809/mosaic2.html Article in Assam Tribune]</ref> ১৯৯৮ চনত প্রথম প্রকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক [[হোমেন বৰগোহাঞি]]য়ে সেই সময়ৰ মহত্‍ উপন্যাস আখ্যা দিয়ে। তেওঁ সমালোচনাত কয় যে এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্রশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।<ref>[http://myxofura.blogspot.com/2008/07/anuradha-sharma-pujari-is-significant.html An Interview With Anuradha Sharma Pujari]</ref>ক্রমাগতভাৱে উপন্যাসখনৰ ১৪ টা সংস্কৰণ প্রকাশ পায় আৰু পূজাৰীলৈ যঠেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।<ref>See bio of [http://myxofura.blogspot.com/2006/11/that-disgusting-photograph-anuradha.html That Disgusting Photograph]</ref>
 
==পেচাদাৰী জীৱন==