চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
25 নং শাৰী:
 
==শাসনকাল==
স্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যদাৰে বৰপাত্ৰগোঁহাই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে [[শদিয়া]] আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।{{citation<ref needed}}name="bharatar"/>
 
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।{{citation needed}} ১৫৩২ চনত বংগৰ সেনাপতি [[তুৰ্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্ৰাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্ৰগোঁহাই]]ৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়া নদী]] দুই ৰাজ্যৰ সীমা হয়।
31 নং শাৰী:
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।{{citation needed}}
 
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম [[লোকপিয়ল]] আৰম্ভ কৰে।{{citation<ref needed}}name="bharatar"/>
 
==মৃত্যু==