চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
25 নং শাৰী:
==শাসনকাল==
স্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যদাৰে বৰপাত্ৰগোঁহাই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে [[শদিয়া]] আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।<ref name="bharatar"/><ref name="asom"/>
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম [[লোকপিয়ল]] আৰম্ভ কৰে।<ref name="bharatar"/>
|