চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।<ref name="asom"/> ১৫৩২ চনত বংগৰ সেনাপতি [[তুৰ্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্ৰাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্ৰগোঁহাই]]ৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়া নদী]] দুই ৰাজ্যৰ সীমা হয়।
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।<ref name="asom"/><ref namepname="tai"/>
 
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম [[লোকপিয়ল]] আৰম্ভ কৰে।<ref name="bharatar"/>