শ্ৰম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
==শ্ৰম==
[[উৎপাদন]] কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে [[অৰ্থবিজ্ঞান]]ত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে [[অৰ্থবিজ্ঞান]]ত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics")[3]<ref>"Principles of Economics"--Marshall.</ref> [[উৎপাদন]]ৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন [[উপাদান]]ৰ তুলনাত ই সম্পূৰ্ণ বেলেগ। শ্ৰমৰ [[যোগান]] ধৰোতা [[শ্ৰমিক]] এটা জীৱন্ত বস্তু, ই মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে। [[শ্ৰমিক]] কেৱল [[উৎপাদন]]ৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। [[শ্ৰমিক]]ৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।
 
===শ্ৰমৰ বৈশিষ্ট্য===
"https://as.wikipedia.org/wiki/শ্ৰম"ৰ পৰা অনা হৈছে