শ্ৰম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

en wiki link etc
1 নং শাৰী:
{{Stub}}
==শ্ৰম==
[[উৎপাদন]] কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে [[অৰ্থবিজ্ঞান]]ত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে [[অৰ্থবিজ্ঞান]]ত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics")<ref>"Principles of Economics"--Marshall.</ref> [[উৎপাদন]]ৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন [[উপাদান]]ৰ তুলনাত ই সম্পূৰ্ণ বেলেগ। শ্ৰমৰ [[যোগান]] ধৰোতা [[শ্ৰমিক]] এটা জীৱন্ত বস্তু, ই মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে। [[শ্ৰমিক]] কেৱল [[উৎপাদন]]ৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। [[শ্ৰমিক]]ৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।
 
===শ্ৰমৰ বৈশিষ্ট্য===
# শ্ৰমক [[শ্ৰমিক]]ৰ পৰা পৃথক কৰিব নোৱাৰি। [[ভূমি]] বা [[মুলধনক]] যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক [[শ্ৰমিক]]ৰ পৰা আঁতৰাই আনিব নোৱাৰি। শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে, কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
# শ্ৰম ক্ষণস্থায়ী। এজন [[শ্ৰমিক]] [[নিবনুৱা]] হৈ থকা মানে তেওঁৰ শ্ৰম [[শক্তি]] আৰু সময়ৰ অপচয়। সেই ক্ষতি অপুৰণীয়। [[নিবনুৱা]] হৈ থকাৰ অৰ্থ হ'ল [[শ্ৰমিক]]ৰ শ্ৰম নষ্ট হোৱা।
12 নং শাৰী:
#শ্ৰমৰ [[যোগান]] হ্ৰসকালত অস্থিতিস্থাপক।অৰ্থাৎ প্ৰয়োজন অনুসৰি শ্ৰমৰ যোগান তৎক্ষনাৎ বঢ়াব নোৱাৰি।
#শ্ৰমৰ আতাইতকৈ লক্ষনীয় বৈশিষ্ট্য হ'ল, শ্ৰমৰ নিজা বিচাৰ বিবেচনা আছে।
===শ্ৰমৰ যোগান===
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:অৰ্থনীতি]]
[[en:Labour (economincs)]]
"https://as.wikipedia.org/wiki/শ্ৰম"ৰ পৰা অনা হৈছে