বিছমিল্লাহ খান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Robot: Removing hi,de,ml,gu,mr,te,fr,ru,ur,en,ta,pnb (strongly connected to as:জয়প্ৰকাশ নাৰায়ণ)
No edit summary
1 নং শাৰী:
{{বিস্তাৰ}}
{{For|the Afghan General|Bismillah Khan Mohammadi}}
{{Infobox musical artist
|name = বিছমিল্লা খান
12 নং শাৰী:
|origin = [[ভাৰত]]
|instrument = [[চেহনাই]]
|genre = [[Hindustani classical music|ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত]]
|occupation = [[সঙ্গীতজ্ঞ]]
|years_active =
21 নং শাৰী:
|past_members =
}}
'''বিছমিল্লা খান''' (''{{lang-en |BishmillaBismillah Khan}}'') (১৯১৬-২০০৬) বিখ্যাত চেহনাই বাদক বিছমিল্লা খানে চেহনাইৰ অপূৰ্ব[[চেহনাই]]ৰ মূৰ্ছনাৰে ভাৰতীয় উচ্চাংগ সংগীতক নতুন মাত্ৰা প্ৰদান কৰিছিল। এইজনা শিল্পীক [[ভাৰত]] চৰকাৰ|ভাৰত চৰকাৰে]] ২০০১ চনত দেশৰ সৰ্ব্বোচ্চ সন্মান '''[[ভাৰত- ৰত্ন''']] উপাধিৰে বিভুষিত কৰিছিল।কৰিছিল<ref name=b>{{cite news|url=http://news.bbc.co.uk/2/hi/south_asia/5270968.stm |title=Indian music's soulful maestro|work=[[BBC News]]|date=August 21, 2006 |accessdate=2010-01-01}}</ref>। কিংবদন্তি শিল্পীগৰাকীয়ে বিশ্বৰ হাজাৰ শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল।হৈছিল<ref name="Independent">{{cite news | url=http://www.independent.co.uk/news/obituaries/bismillah-khan-412865.html | title=Virtuoso musician who introduced the shehnai to a global audience | work=[[The Independent]] | date=22 August, 2006 | accessdate=January 08, 2013}}</ref>। '''ছিয়া সম্প্ৰদায়ী মুছলমান''' যদিও বিছমিল্লা খান আছিল [[শিৱ]] আৰু সৰস্বতীৰ[[সৰস্বতী]]ৰ একান্ত সাধক। তেওঁ ১৯৯৬ চনত এচিয়এছিয় সংগীতানুষ্ঠান '''ৰোস্তম বঁটা''' লাভ কৰিছিল। তেওঁ '''নেপাল একাডেমী''' বঁটাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক '''পদ্মশ্ৰী'''[[পদ্মশ্ৰ]], '''[[পদ্মভূষণ''']] আৰু '''[[পদ্ম-বিভূষণ''']]ৰে সন্মানিত কৰিছিল।<ref name="বিছমিল্লা খান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬৭,১৬৮}}</ref>
 
 
==জন্ম আৰু পৰিয়াল==
বিছমিল্লা খানৰ জন্ম হয় ১৯১৬ চনৰ ২১ চনৰ মে মাহত [[বিহাৰ]]ৰ ডুমৰাও নামে ঠাইত।ঠাইত<ref>{{cite news | url=http://www.independent.co.uk/news/obituaries/bismillah-khan-412865.html | title=Bismillah Khan | work=The Telegraph | date=22 August, 2006 | accessdate=January 10, 2013}}</ref>। বিছমিল্লাৰ পূৰ্বপুৰুষ বিহাৰৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল। পূৰ্বপুৰুষৰ ৰক্তপ্ৰবাহৰ সিক্ত হোৱা বিছমিল্লাইও সংগীত সাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে।<ref name="বিছমিল্লা খান"/>
 
==শিক্ষা==
বিছমিল্লা খানে সংগীত সাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। নিচেই সৰুকালতে শিল্পীগৰাকীয়ে চেহনাইৰ আদি পাঠ গ্ৰহণ কৰিছিল নিজৰ খুৰাক আলী বক্স বিলায়াতুৰ খানৰ পৰা। তেওঁ আহমদ হুছেইনৰ অধীনতো চেহনাই বাদনৰ শিক্ষা গ্ৰহণ কৰিছিল। [[বাৰাণসী]] বালজী মন্দিৰত চাৰে তিনিবছৰ বয়সত চেহনাই বাদনৰ শিক্ষাৰ পিছত তেওঁৰ জীৱনলৈ আহি পৰে এক বিশেষ পৰিবৰ্তন। তেওঁৰ গুৰু আছিল মামু। তেওঁ চেহনাই হাতত তুলি লোৱাৰ দিনাই সংকল্প কৰিছিল যে, তেওঁ জীৱনত কোনোদিন চেহনাই এৰি নিদিয়ে। চেহনায়ে তেওঁৰ জীৱন প্ৰাণ। সঁচাকৈয়ে বিছমিল্লাই মৃত্যুৰ আগমুহূৰ্তলৈকে চেহনাই বাদন কৰি পৃথিৱীত খ্যাতি ৰাখি গল। তেওঁ প্ৰায় সভা-সমিতিতে কৈছিল "মোৰ জন্ম হৈছে কেৱল চেহনাই সুৰৰ সৃষ্টি কৰিবলৈ।" চেহনাইক তেওঁ বিশ্ব দৰাবাৰত প্ৰতিষ্ঠা কৰিবলৈ জীৱন জুৰি সংগ্ৰাম চলাই গৈছিল। ১৯৩৭ চনত [[কলিকতা]]ত (কলকাত) অনুষ্ঠিত হোৱা এক সৰ্বভাৰতীয় সংগীত সন্মিলনত তেওঁ চেহনাইত এনে এক ভূবন মোহিনী ঝংকাৰ তোলে, যি ঝংকাৰ ধ্বনিয়ে সীমিত গণ্ডীৰ পৰা ওলাই গৈ বহল পৃথিৱীত চেহনায়ে প্ৰথম খোজ পেলাবলৈ সক্ষম হয়। ইয়াৰ আগলৈকে চেহনাই নামৰ বাদ্যবিধ এসময়ত বাৰাণসীৰ বিশ্বনাথ মন্দিৰৰৰ চৌহদতে সীমাবদ্ধ আছিল। পণ্ডিত [[জৱাহৰলাল নেহৰু]]ৰ আমন্ত্ৰণক্ৰমে [[লালকিল্লা]]ত অনুষ্ঠিত হোৱা দেশৰ প্ৰথম [[গণৰাজ্য দিৱস]]ৰ অনুষ্ঠানত বিছমিল্লা খানক চেহনাই বাদন পৰিবেশন কৰিবলৈ আমন্ত্ৰন কৰা হৈছিল। সেইদিনা বিছমিল্লাই চেহনাই বাদন কৰি দেশী-বিদেশী বিদ্ধান সমাজৰ আদৰৰ পাত্ৰ হৈ পৰিছিল। নিজৰ অন্তিমটো জন্মদিবসত বিছমিল্লাই সংগীত পৰিবেশন কৰাৰ আশা কৰিছিল কিন্তু সেই আশা পূৰণ নহয়। বিশ্বৰ প্ৰায় ৫ হাজাৰ শ্ৰোতা-দৰ্শকক সমবেত কৰি দ্যা টিউন অৱ ইণ্ডিয়া শীৰ্ষক এক অনুষ্ঠানত বিছমিল্লাৰ চেহনাই বাদন কৰি অন্তিম আশা আছিল। সেই সময়ত মুম্বাইত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হোৱাত, সেই অনুষ্ঠানত চেহনাই বাদনৰ আশা আশা হৈয়ে ৰল।<ref name="বিছমিল্লা খান"/>
এই কিংবদন্তি শিল্পীগৰাকীয়ে [[ইউৰোপ]], [[আফগানিস্তান]], [[কানাডা]],[[ ইৰাণ]], [[ইৰাক]],[[আমেৰিকা]], [[ৰাছিয়া]], [[জাপান]], [[হংকং]] আদি বিশ্বৰ হেজাৰ হেজাৰ শ্ৰোতাক মুগ্ধ কৰিছে। জীৱন কালত বিছমিল্লা খানে আনুষ্ঠানিকভাবে নানা সন্মান লাভ কৰিছে। [[বেনাৰছ]] হিন্দু বিশ্ববিদ্যালয় আৰু [[শান্তিনিকেতন]]ৰ ফালৰ পৰা তেওঁক সন্মানীয় ডক্টেৰেট উপাধি প্ৰদান কৰা হৈছিল। তেওঁক ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ সন্মান সংগীত-নাটক অকাডেমী বঁটাৰে বিভূষিত কৰা হৈছিল। [[মধ্য প্ৰদেশ]] চৰকাৰে তেওঁক প্ৰদান কৰিছে শ্ৰেষ্ঠ সন্মান [[তানসেন বঁটা]]। ১৯৯৬ চনত তেওঁ এছীয় সংগীতানুষ্ঠান [[ৰোস্তম বঁটা]] লাভ কৰে। তেওঁ [[নেপাল অকাডেমী বঁটা]] লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক [[পদ্মশ্ৰী]], [[পদ্মভূষণ]] আৰু [[পদ্ম-বিভূষণ]] উপাধিৰে সন্মানিত কৰে।<ref name="বিছমিল্লা খান"/>
 
 
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
Line 44 ⟶ 42:
==মৃত্যু==
বিছমিল্লা খানৰ ২০০৬ চনৰ ২১ আগষ্টৰ দিনা পুৱতি নিশা ২-৪৫ বজাত বাৰাণসীৰ এখন চিকিত্সালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৯০ বছৰ। বিশ্ববন্দিত ওস্তাদ বিছমিল্লা খানৰ বিযোগত কেন্দ্ৰীয় চৰকাৰে ২১ আগষ্টৰ দিনা ৰাষ্ট্ৰীয় দিৱসৰূপে পালন কৰে। তেওঁৰ স্মৃতিত উত্তৰ প্ৰদেশ চৰকাৰে এক কোটি টকাৰে এখন সংগীত অকাডেমী স্থাপনৰ পৰিকল্পনা লৈ স্থাপন কৰে।<ref name="বিছমিল্লা খান"/>
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]
*[http://timesofindia.indiatimes.com/articleshow/1912543.cms Times of India: National mourning for Ustad Bismillah Khan]
[[শ্ৰেণী:ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি]]
*{{IMDb name|id=0451190|name=Ustad Bismillah Khan}}
 
;জীৱনীমূলক গ্ৰন্থ
* ''Bismillah Khan: the shehnai maestro'', by Neeraja Poddar. Rupa & Co., 2004. ISBN 81-291-0351-6.
* ''Monograph on Shehnai maestro Bismillah Khan'', by Amar jyoti, Shivnath Jha, Alok Jain, Anjali Sinha. Pub. Neena Jha & Shivnath Jha, 2005. ISBN
8175256400.
* ''Bismillah Khan and Benaras: the seat of shehnai'', by Rita Ganguly. Siddhi Books, 1994.
* ''[http://books.google.co.in/books?id=2NENRiXN8UgC&printsec=frontcover&dq=bismillah+khan&hl=en&ei=W1xPTq7sKcyJrAfc0OWsAg&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEQQ6AEwBQ#v=onepage&q&f=false Shahnai Vadak Ustad Bismillah Khan]'', by Murli Manohar Shrivastava. Prabhat Prakashan, 2009. ISBN 173157359.
* ''Bismillah Khan: The Maestro from Benaras'', by Juhi Sinha. Niyogi Books, 2011. ISBN 978-81-89738-91-4.
 
 
{{Bharat Ratna}}
 
{{Authority control|VIAF=12491733}}
{{Persondata <!-- Metadata: see [[Wikipedia:Persondata]]. -->
| NAME =Khan, Bismillah
| ALTERNATIVE NAMES =
| SHORT DESCRIPTION =
| DATE OF BIRTH =1916-03-21
| PLACE OF BIRTH =
| DATE OF DEATH =2006-08-21
| PLACE OF DEATH =
}}
{{DEFAULTSORT:Khan, Bismillah}}
 
 
 
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]
[[শ্ৰেণী:ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি]]
[[en:Bismillah Khan]]