মেলেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''মেলেৰিয়া''' ({{lang-en|Maleria}}) মেলেৰিয়াক সাধাৰনতে অতিপাত জ্বৰৰ এবিধ ...
 
সংযোগ, বানান, জাননী
1 নং শাৰী:
{{নতুন পৃষ্ঠা}}
'''মেলেৰিয়া''' ({{lang-en|Maleria}})
{{Infobox disease
মেলেৰিয়াক সাধাৰনতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায় । মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্র জীৱাণুৰ আক্রমণৰ ফলত এই ৰোগ হয় । মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্রমিত হয় । সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে । এই বীজাণুৰ দ্বাৰা আক্রান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্রন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্রমিত হয় ।(অণুবীক্ষণ যন্ত্রৰ সহায়ত আমি মেলেৰিয়াৰ বীজাণুবোৰ চাব পাৰো ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৱ গাত আৰু এছোৱা মহৰ গাত কটায় । যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয় । যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্রমিত কৰিব পৰা হয় । এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্রবেশ কৰে । তেনে ক্ষেত্রত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্রান্ত হয় । এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে ।
| Name = মেলেৰিয়া
| ICD10 = {{ICD10|B|50||b|50}}-{{ICD10|B|54||b|54}}
| ICD9 = {{ICD9|084}}
| Image = Malaria.jpg
| Caption = A ''Plasmodium'' in the form that enters humans and other vertebrates from the saliva of female mosquitoes (a [[sporozoite]]) traverses the cytoplasm of a mosquito midgut epithelial cell.
| DiseasesDB = 7728
| MedlinePlus = 000621
| OMIM = 248310
| eMedicineSubj = med
| eMedicineTopic = 1385
| eMedicine_mult = {{eMedicine2|emerg|305}} {{eMedicine2|ped|1357}}
| MeshName = Malaria
| MeshNumber = C03.752.250.552
}}
মেলেৰিয়াক'''মেলেৰিয়া''' ({{lang-en|Maleria}})ক সাধাৰনতে অতিপাত জ্বৰৰ[[জ্বৰ]]ৰ এবিধ ৰোগ হিচাপেই জনা যায় । মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্র জীৱাণুৰ আক্রমণৰ ফলত এই ৰোগ হয় । মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ[[মহ]]ৰ দ্বাৰা সংক্রমিত হয় । সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে । এই বীজাণুৰ দ্বাৰা আক্রান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্রন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্রমিত হয় । (অণুবীক্ষণ যন্ত্রৰ সহায়ত আমি মেলেৰিয়াৰ বীজাণুবোৰ চাব পাৰোপৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৱমানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায় । যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয় । যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্রমিত কৰিব পৰা হয় । এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্রবেশপ্রৱেশ কৰে । তেনে ক্ষেত্রত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্রান্ত হয় । এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে ।
 
==মেলেৰিয়াৰ লক্ষণ==
 
মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-
 
'''(১)''' '''শীতল অৱস্থা'''- এই অৱস্থাটো জাৱজাৰ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয় । ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে । আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে । এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পর্যন্ত্যপর্যন্ত চলিব পাৰে ।
 
'''(২)''' '''উষ্ঞউষ্ণ অৱস্থা''' - এই্ অৱস্থাত জ্বৰ ইমান বেচি হয় যে প্রচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে । ৰোগীৱ তীব্র মূৰ কামুৰণি হয় । মাজে মাজে ওকালি আহে আৰু বমিও হয় । এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পর্যন্ত্য থাকে । নাড়ীৰ স্পন্দন জোৰেৰে হয় । ৰোগীৰ খুব পিয়াঁহ লাগে ।
 
'''(৩)''' '''ঘর্মাক্ত অৱস্থা'''- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায় । ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুর্বল অনুভৱ কৰে । এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পর্যন্ত্য থাকে ।
 
==মেলেৰিয়াৰ প্রকাৰ==
পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছেআছে । সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায় । এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্র বিধৰ মেলেৰিয়া) । ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্রেল মেলেৰিয়া (মস্তিস্ক সংক্রান্ত অতি তীব্রতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক । অতি শীঘ্রে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৱিবপৰিব পাৰে ।
পূর্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্রাদুর্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে । শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে । আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে ।পাইছে।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
{{commons category|Malaria|মেলেৰিয়া}}
* {{dmoz|Health/Conditions_and_Diseases/Infectious_Diseases/Parasitic/Malaria}}
* [http://www.emro.who.int/entity/malaria-control-and-elimination/ WHO site on malaria]
* [http://www.unhco.org/malaria/ UNHCO site on malaria]
* [http://www.rollbackmalaria.org/gmap/ Global Malaria Action Plan] (2008)
* [http://doctorswithoutborders.org/news/issue.cfm?id=2395 Doctors Without Borders/Médecins Sans Frontières – ''Malaria''] information pages
* [http://www.wehi.edu.au/other_domains/MalDB/who.html Who/TDR Malaria Database]
* [http://www.antimalariaomd.org/en/index.php Anti malaria and sustainable development]
* [http://www.wwarn.org Worldwide Antimalarial Resistance Network (WWARN)]
[[en:Malaria]]
"https://as.wikipedia.org/wiki/মেলেৰিয়া"ৰ পৰা অনা হৈছে