এণ্ড্ৰইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ, সংযোগ আদি
No edit summary
24 নং শাৰী:
| website = www.android.com
}}
লীনাক্স ভিত্তিক '''এণ্ড্ৰইড''' ({{lang-en|Android}}) হৈছে [[লীনাক্স]] ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ [[অপাৰেটিং চিষ্টেম]]। Android Inc.ক ২০০৫ চনত [[গুগল|গুগলে]] ক্ৰয় কৰে।<ref name="ডিজিট">{{cite journal | title=Encyclopedia Technica A to E | author=thinkdigit.com | journal=ডিজিট | year=২০১২ | month=ডিচেম্বৰ | volume=১২ | issue=১২ | pages=১৭}}</ref> তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে অনুজ্ঞাপত্ৰৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এণ্ড্ৰইড [[জাভা]] লেংগুৱেজ ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এণ্ড্ৰইড ডেভেলপমেন্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এণ্ড্ৰইড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।<ref name="ডিজিট" />
 
এণ্ড্ৰইডৰ এক বিশাল বিকাশ (ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এণ্ড্ৰইড এপ্লিকেচন সমূহ [[গুগল প্লে]] আৰু [[আমাজ’ন ডট কম‎|আমাজ’ন]] এপ ষ্ট’ৰত পোৱা যায়। এণ্ড্ৰইডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক [[পৃথিৱী]]ৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এণ্ড্ৰইড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।<ref name="ডিজিট" /> ছেপ্টেম্বৰ ২০১২ত এণ্ড্ৰইডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।<ref name="ডিজিট" />
"https://as.wikipedia.org/wiki/এণ্ড্ৰইড"ৰ পৰা অনা হৈছে