নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 নং শাৰী:
 
===কৰ্ম জীৱন===
নিৰূপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভনি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত [[পাণ্ডু]]ত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰে<ref name="bipuljyotinirupama"/>। পৰৱৰ্তীকালত সেইসময়ৰ [[নলবাৰী মহাবিদ্যালয়]]ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক [[ত্ৰৈলোক্যনাথ গোস্বামী]]ৰ নিমন্ত্ৰনক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে<ref name="bipuljyotinirupama"/>। এবছৰ কাল তাত অধ্যাপনা কৰা পাছত [[মাজুলী]]লৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়<ref name="bipuljyotinirupama"/>। তেখেতে কিছুবছৰ [[লখিম্পুৰলখিমপুৰ মহাবিদ্যালয়]] আৰু [[যোৰহাট মহাবিদ্যালয়]]ত অধ্যাপক হিচাপে কাম কৰিছিল।
 
===বৈবাহিক জীৱন===