সম্পত্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: বিত্তীয় হিচাপকৰণত (Financial Accounting) সম্পত্তিৰ (ইংৰাজী: Asset অৰ্থ...
 
No edit summary
15 নং শাৰী:
 
 
এটা প্ৰতিষ্ঠানৰ উদৃত্ত মিলন পত্ৰ অৰ্থাৎ বেলেঞ্চ শ্বিটখনে প্ৰতিষ্ঠানটোৱে অধিকাৰ কৰি থকা সম্পত্তিসমূহৰ মুদ্ৰা মূল্যসমূহ<Ref Name="CPA">J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005</ref> লিপিৱদ্ধ কৰে। এইসমূহ হৈছে এজন ব্যক্তি অথবা ব্যৱসায়ৰ টকা বা আন মূল্যৱান সামগ্ৰীসমূহ।<ref name="Sullivan 2003 272"/> সম্পত্তিৰ দুটা মুখ্য শ্ৰেণী হৈছে স্পৰ্শণীয় আৰু অস্পৰ্শণীয় সম্পত্তি। স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকে ধৰি স্পৰ্শণীয় সম্পত্তিৰ কেইবাটাও বিভাগ আছে।<Refref Namename="FinanceDict">J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003</ref> মজুত সম্ভাৰ (inventory) অস্থাৱৰ সম্পত্তিত অন্তৰ্ভুক্ত, গৃহআনহাতে গৃহ-ভৱন, আচবাব পত্ৰ আদি আনহাতে স্থাৱৰ সম্পত্তি।<Ref Name="CPA_Finance">J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003; and J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005.</ref>
 
 
"https://as.wikipedia.org/wiki/সম্পত্তি"ৰ পৰা অনা হৈছে