সম্পত্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
22 নং শাৰী:
অস্পৰ্শণীয় সম্পত্তিসমূহ হৈছে বাহ্যিক অস্তিত্ববিহীন বিভৱ তথা স্বত্বসমূহ যাৰ প্ৰতিষ্ঠানটোত এক মূল্য আছে আৰু ই ব্যৱসায়িক স্থানত প্ৰতিষ্ঠানটোক কিছু সুবিধা প্ৰদান কৰে। সুনাম, কপিৰাইট, ট্ৰেডমাৰ্ক, পেটেন্ট আৰু কম্পিউটাৰ প্ৰগ্ৰেমসমূহ এনে সম্পত্তিৰ উদাহৰণ।<Ref Name="CPA_Finance"/>
 
==সংজ্ঞা==
সম্পত্তি হৈছে "অৰ্থনৈতিক মূল্যযুক্ত এক বিভৱ যাক কোনো ব্যক্তি, ব্যৱসায়িক প্ৰতিষ্ঠান বা দেশে ভৱিষ্যতে ই লাভালাভ প্ৰদান কৰাৰ আশাত ধাৰণ তথা নিয়ন্ত্ৰণ কৰে।"<ref name="define">{{cite web|url=http://www.investopedia.com/terms/a/asset.asp#axzz2M4yIBc1p|title=Definition of 'Asset'|last=|first=|date=|work=Investopedia.com|publisher=|accessdate=27 February 2013}}</ref>
==সম্পত্তিৰ বৈশিষ্ট্য==
===হিচাপকৰণত সম্পত্তি===
===অস্থাৱৰ সম্পত্তি===
===দীৰ্ঘকালীন বিনিয়োগ===
===স্থাৱৰ সম্পত্তি===
===অস্পৰ্শণীয় সম্পত্তি===
===স্পৰ্শণীয় সম্পত্তি===
বাহ্যিক অৱয়বযুক্ত সম্পত্তিসমূহেই স্পৰ্শণীয় সম্পত্তি, যেনে মুদ্ৰা, গৃহ-ভৱন, মাটি-বাৰী, যান-বাহন, মজুত পণ্যদ্ৰৱ্য সম্ভাৰ, সা-সঁজুলি আৰু মূল্যৱান ধাতু আদি।
===স্থাৱৰ, নমনীয় আৰু অতি নময়নীয় সম্পত্তিৰ তুলনা===
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/সম্পত্তি"ৰ পৰা অনা হৈছে