সম্পত্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37 নং শাৰী:
 
===দীৰ্ঘকালীন বিনিয়োগ===
দীৰ্ঘকালীন বিনিয়োগসমূহক চমুকৈ বিনিয়োগ বুলি কোৱা হয়। এনে বিনিয়োগসমূহ দীঘলীয়া সময়ৰ কাৰণে কৰা হয়। বিনিয়োগসমূহ সাধাৰণতে তিনি প্ৰকাৰৰ হয়:
 
#বণ্ড, ষ্টক বা দীৰ্ঘকালীন পত্ৰত (হুণ্ডী আদি) বিনিয়োগ।
#কৰ্মক্ষেত্ৰত প্ৰয়োগ হোৱা স্থাৱৰ সম্পত্তি যেন বিক্ৰী কৰিবৰ বাবে ধাৰণ কৰি থকা ভূমি আদিত বিনিয়োগ।
#বিশেষ পুঁজি যেনে ছিংকিং ফাণ্ড (ব্যৱসায় প্ৰতিষ্ঠান এটাই ভৱিষ্যতে কোনো বিশেষ কামৰ বাবে জমা কৰা পুঁজি) বা পেঞ্চন পুঁজিত বিনিয়োগ।
 
বিভিন্নধৰণৰ [[বীমা]]কো বিনিয়োগ হিচাপে ধৰিব পাৰি।
 
===স্থাৱৰ সম্পত্তি===
===অস্পৰ্শণীয় সম্পত্তি===
"https://as.wikipedia.org/wiki/সম্পত্তি"ৰ পৰা অনা হৈছে